ETV Bharat / bharat

সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন - পাকিস্তান

ৰাজ্যখনৰ পুঞ্চ চেক্টৰত বুধবাৰে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘন কৰি গুলীবৰ্ষণ সংঘটিত কৰে চিৰবৈৰী পাকিস্তানে।

etv bharat
author img

By

Published : Mar 13, 2019, 3:27 PM IST

নিউজ ডেস্ক, ১৩ মাৰ্চ : জম্মু-কাশ্মীৰত পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি উলংঘন। ৰাজ্যখনৰ পুঞ্চ চেক্টৰত বুধবাৰে নিৰাপত্তাৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘন কৰি গুলীবৰ্ষণ সংঘটিত কৰে চিৰবৈৰী পাকিস্তানে।

বুধবাৰে প্ৰায় 11:30 বজাত ভাৰতীয় সেনাক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে পাকিস্তানে৷ ভাৰতীয় পক্ষয়ো গুলীৰে প্ৰত্যুত্তৰ প্ৰদান কৰে পাকিস্তানক৷ এই সংঘৰ্ষত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও ৰাজহুৱা কৰা নাই ভাৰতীয় সেনাই৷ ইয়াৰ পূৰ্বেও বুধবাৰে ৰাতিপুৱা চাকান-দা-বাগত যু্দ্ধবিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ গুলী নিক্ষেপ কৰিছিল পাকিস্তানে৷

 Pak violates ceasefire in J&K

নিৰাপত্তাৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন

নিউজ ডেস্ক, ১৩ মাৰ্চ : জম্মু-কাশ্মীৰত পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি উলংঘন।  ৰাজ্যখনৰ পুঞ্চ চেক্টৰত বুধবাৰে নিৰাপত্তাৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘন কৰি গুলীবৰ্ষণ সংঘটিত কৰে চিৰবৈৰী পাকিস্তানে। 

বুধবাৰে প্ৰায় 11:30 বজাত ভাৰতীয় সেনাক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে পাকিস্তানে৷ ভাৰতীয় পক্ষয়ো গুলীৰে প্ৰত্যুত্তৰ প্ৰদান কৰে পাকিস্তানক৷ এই সংঘৰ্ষত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও ৰাজহুৱা কৰা নাই ভাৰতীয় সেনাই৷  ইয়াৰ পূৰ্বেও বুধবাৰে ৰাতিপুৱা চাকান-দা-বাগত যু্দ্ধবিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ গুলী নিক্ষেপ কৰিছিল পাকিস্তানে৷ 
Ceasefire_march10_kCJhc5L.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.