ETV Bharat / bharat

সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন - যুদ্ধবিৰতি উলংঘন

দেওবাৰে ৰাতিপুৱা পুঞ্চ জিলাৰ কৃষ্ণঘাটি চেক্টৰত নিৰাপত্তাৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণ সংঘটিত কৰে পাকিস্তানে।

etv bharat
author img

By

Published : Mar 10, 2019, 1:57 PM IST

নিউজ ডেস্ক, ১০ মাৰ্চ : জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন চিৰবৈৰী পাকিস্তানৰ। দেওবাৰে ৰাতিপুৱা পুঞ্চ জিলাৰ কৃষ্ণঘাটি চেক্টৰত নিৰাপত্তাৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণ সংঘটিত কৰে পাকিস্তানে।

উচ্চ ক্ষমতাসম্পন্ন মৰ্টাজ আৰু বাৰুদেৰে ভাৰতীয় সেনালৈ আক্ৰমণ চলাই পাকিস্তানে। ৰাতিপুৱা প্ৰায় ৪:৩০ বজাত পাকিস্তানে কৰা গুলীবৰ্ষণৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰদান কৰে ভাৰতে। তিনিঘণ্টা জুৰি চলা এই সংঘৰ্ষত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই।

Pak violates ceasefire in J&K

সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন 

নিউজ ডেস্ক, ১০ মাৰ্চ : জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন চিৰবৈৰী পাকিস্তানৰ। দেওবাৰে ৰাতিপুৱা পুঞ্চ জিলাৰ কৃষ্ণঘাটি চেক্টৰত নিৰাপত্তাৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণ সংঘটিত কৰে পাকিস্তানে।

উচ্চ ক্ষমতাসম্পন্ন মৰ্টাজ আৰু বাৰুদেৰে ভাৰতীয় সেনালৈ আক্ৰমণ চলাই পাকিস্তানে। ৰাতিপুৱা প্ৰায় ৪:৩০ বজাত পাকিস্তানে কৰা গুলীবৰ্ষণৰ তীব্ৰ প্ৰত্যুত্তৰ প্ৰদান কৰে ভাৰতে। তিনিঘণ্টা জুৰি চলা এই সংঘৰ্ষত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই। 
Ceasefire_march10.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.