ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

author img

By

Published : Jun 6, 2020, 11:52 PM IST

পাকিস্তানী পুঞ্চ জিলাৰ কিৰ্নী আৰু কছবা চেক্টৰৰ কাষত মঙলবাৰে গুলীবৰ্ষণ কৰে। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়েও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে ।

যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ
যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ

নিউজ ডেস্ক, 6 জুনঃ শনিবাৰে পুনৰ পাকিস্তানী সেনাই নিয়ন্ত্ৰণ সীমা ৰেখাত ভংগ কৰিছে যুদ্ধ বিৰতি। পুঞ্চ জিলাৰ কিৰ্নী আৰু কছবা চেক্টৰৰ কাষত শনিবাৰেবাৰে পাকিস্তান সীমান্তৰ ফালৰ পৰা গুলীবৰ্ষণ কৰে।

প্ৰত্যুত্তৰত সীমান্তত নিয়োজিত ভাৰতীয় সীমান্ত সুৰক্ষা বলেও গুলীচালনা কৰে। এই কথা প্ৰকাশ কৰে আৰক্ষী বিষয়া এগৰাকীয়ে ।

নিশা 8 বজাত প্ৰথমে পুঞ্চ জিলাৰ কিৰ্নী আৰু কছবা চেক্টৰৰ কাষত গুলিচালনাৰ ঘটনা আৰম্ভ হয় আৰু বাতৰি অহাৰ পৰলৈ গুলিয়াগুলি অব্যাহত আছে ।

ইপিনে যোৱা নিশা 12.45 বজাত কঠুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰচুৰ পৰিমানে গোলাবৰ্ষণ কৰিছিল পাক সেনাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.