ETV Bharat / bharat

জেষ্ঠ ভাৰতীয় কূটনীতিবিদক চমন জাৰি পাকিস্তানৰ

author img

By

Published : Nov 23, 2020, 9:47 PM IST

এলঅ'চি ত যুদ্ধ বিৰতি উলংঘন সন্দৰ্ভত জেষ্ঠ ভাৰতীয় কূটনীতিবিদক পাকিস্তানৰ চমন জাৰি ৷ ভাৰতীয় সৈন্যই এলঅ'চি ত যুদ্ধ বিৰতি উলংঘন কৰাক লৈ নিজৰ আপত্তি নথিভুক্ত কৰিবলৈ পাকিস্তানে জেষ্ঠ কূটনীতিবিদ গৰাকীক চমন জাৰি কৰিছে ৷

যুদ্ধবিৰতি উলংঘনক লৈ জেষ্ঠ ভাৰতীয় কূটনীতিবিদক চমন জাৰি

ইচলামাবাদ, 23 নৱেম্বৰ: প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলঅ'চি) ৰ কাষত ভাৰতীয় সৈন্যই যুদ্ধবিৰতি উলংঘন কৰাৰ সন্দৰ্ভত প্ৰতিবাদ পঞ্জীয়ন কৰিবলৈ সোমবাৰে পাকিস্তানে ভাৰতৰ এগৰাকী জেষ্ঠ কূটনীতিবিদক চমন জাৰি কৰে ৷

বৈদেশিক কাৰ্যালয়ৰ (এফঅ') মতে এলঅ'চি ৰ কাষৰ খুইৰাট্টাত দেওবাৰে ভাৰতীয় সৈন্যই নিৰ্মমভাৱে কৰা গুলীচালনাত 11 গৰাকী সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে ৷ এফঅ' য়ে অভিযোগ কৰে যে চলিত বৰ্ষত ভাৰতে 2,820 বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে , যাৰ পৰিণতিত 245 গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ পৰিৱৰ্তে 26 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷

লগতে পঢ়ক: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.