ETV Bharat / bharat

পদ্মশ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগ

author img

By

Published : Jan 13, 2021, 7:04 PM IST

63 বছৰ বয়সত কটকৰ এছচিবি মহাবিদ্য়ালয় হাস্পতালত মৃত্য়ু হয় উড়িশাৰ বিশিষ্ট ব্য়ক্তিগৰাকীৰ। প্ৰায় 20 দিন পূৰ্বে কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে হাস্পতালখনত ভৰ্তি কৰা হৈছিল তেওঁক ।

পদ্মশ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগ
পদ্মশ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগ

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : দেশৰ প্ৰখ্য়াত সমাজ কৰ্মী পদ্মশ্ৰী ডি প্ৰকাশ ৰাও আৰু নাই । 63 বছৰ বয়সত কটকৰ এছচিবি মহাবিদ্য়ালয় হাস্পতালত মৃত্য়ু হয় উড়িশাৰ বিশিষ্ট ব্য়ক্তিগৰাকীৰ । প্ৰায় 20 দিন পূৰ্বে কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে হাস্পতালখনত ভৰ্তি কৰা হৈছিল তেওঁক ।

২০১৯ চনত তেওঁক প্ৰদান কৰা হৈছিল
২০১৯ চনত তেওঁক প্ৰদান কৰা হৈছিল "পদ্মশ্ৰী" সন্মান

পৰিয়ালে জনোৱা মতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্য়ু হৈছে ডি প্ৰকাশ ৰাওৰ । 25 ডিচেম্বৰত তেওঁৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰিছিল । হাস্পতালত ভৰ্তি কৰাৰ পিছত শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য়ৰ যথেষ্ট পৰিমাণে অৱনতি হৈছিল আৰু তেওঁক আইচিইউত ৰখা হৈছিল । উল্লেখ্য যে, সমাজৰ প্ৰতি থকা বৃহৎ অৱদানৰ বাবে 2019 চনত তেওঁক প্ৰদান কৰা হৈছিল "পদ্মশ্ৰী" সন্মান ।

বিশিষ্ট ব্য়ক্তিগৰাকীৰ মৃত্য়ুৰ পিছত এতিয়া সমগ্ৰ উড়িশাতে শোকৰ ছাঁ পৰিছে । তেওঁ আত্মাৰ চিৰশান্তিৰ বাবে বিভিন্নজনে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :মধ্য প্ৰদেশত মহিলাৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.