ETV Bharat / bharat

মহিলা নৌ-সেনা বিষয়াৰ সমতা স্থাপনত বাধা দিছে গাঁথনিগত বিষয়বোৰে

author img

By

Published : Feb 29, 2020, 7:11 PM IST

ভাৰতীয় নৌ-সেনা আৰু বায়ু-সেনাত মহিলা সামৰিক বিষয়াসকলক স্থায়ী কমিছন প্ৰদান কৰাৰ বাবে শুকুৰবাৰে দেশৰ শীৰ্ষ আদালতক জনায় যে, দেশৰ চৰকাৰে মহিলা বিষয়াসকলৰ সৈতে হৈ থকা পক্ষপাতিত্বমুলক আচৰণক মান্যতা প্ৰদান কৰিবৰ বাবে বিশ্ববাসীৰ আগত যিকোনো অবিবেচক বাখ্যা আগবঢ়াইছে ৷ ঐশ্বৰ্য ভাটিয়ে শীৰ্ষ আদালতৰ আগত যুক্তি আগবঢ়ায় যে, তেওঁৰ গ্ৰাহকৰ গোচৰটো ববিতা পুনিয়া ৰায়দানৰ দৰেই একে, য'ত তিনিমাহৰ ভিতৰত দেশৰ শীৰ্ষ আদালতে স্থলসেনাৰ মহিলা বিষয়াসকলক স্থায়ী কমিছন (permanent commission) প্ৰদান কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল ৷

'Organisational issues used to deny women Navy officers equality'
মহিলা নৌ-সেনা বিষয়াৰ সমতা স্থাপনত বাধা দিছে গাঁথনিগত বিষয়বোৰে

দেশৰ চৰকাৰে মহিলা বিষয়াসকলৰ লিংগভিত্তিক পক্ষপাতিত্বমুলক আচৰণক মান্যতা প্ৰদান কৰিবৰ বাবে দেশৰ চৰকাৰে বিশ্ববাসীৰ আগত যিকোনো অবিবেচক বাখ্যা আগবঢ়াইছে ৷ এই কথা প্ৰকাশ কৰে ঐশ্বৰ্য ভাটিয়ে, যিয়ে সীমা চৌধুৰীক প্ৰতিনিধিত্ব কৰিছে, ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচূড়ৰ দ্বাৰা গঠিত বিচাৰপীঠৰ আগত এইদৰে যুক্তি আগবঢ়ায় ৷

উল্লেখ্য যে, সীমা চৌধুৰী হৈছে, ভাৰতীয় নৌ-সেনাৰ বিষয়া যিয়ে 2007 চনৰ 6 আগষ্টত কমিছন প্ৰাপ্ত হয় আৰু দেশৰ তিনিওটা সেনাৰ ভিতৰত একমাত্ৰ মহিলা বিষয়া যিয়ে Short Service Commission JAG (Judge Advocate General) শাখাত স্থলাভিষিক্ত হয় ৷

নৌ-সেনা আৰু স্থলসেনাই চাৰ্ভিছত থকা মহিলা বিষয়াসকলক বাদ দি স্থায়ী কমিছন বিছাৰিছে ৷ ভাটিয়ে আদালতৰ আগত যুক্তি প্ৰদৰ্শন কৰে, তেওঁৰ গ্ৰাহক (সীমা চৌধুৰী )ক এইকাৰণেই খাৰিজ কৰা হৈছে যে, তেওঁক এই নীতিৰ অধীনত ধৰা হোৱা নাই কিন্তু তেওঁৰ সহপাঠী পুৰুষ বিষয়াসকলক মান্যতা প্ৰাপ্ত কৰা হৈছে ৷ জ্যেষ্ঠতাৰ ক্ষেত্ৰতে হওঁক বা প্ৰত্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতে হওঁক প্ৰশাসনিক ক্ষেত্ৰখনত মহিলাসকলক স্থায়ী কমিছন প্ৰাপ্ত হোৱাত বহুটো পক্ষপাতিত্ব কৰা হৈছে ৷

স্থলসেনাৰ দৰে নৌ-সেনাত মহিলা বিষয়াসকলক স্থায়ী কমিছন প্ৰদানৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী কাৰণ জমা দিয়ে অধিবক্তাগৰাকীয়ে ৷ তেওঁ যুক্তি আগবঢ়ায় যে, এইসমূহ কাৰণতে নৌ-সেনাত মহিলাসকলক স্থায়ী কমিছন প্ৰদানত বাধা আহি পৰিছে যিটো একেবাৰে গ্ৰহণযোগ্য নহয় ৷ চৰকাৰে ভাৰতীয় নৌ-সেনাত কৰ্তব্যৰত মহিলা বিষয়াসকলৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব প্ৰদান কৰা নাই আৰু কিছুমান অপ্ৰাসংগিক যুক্তি আগবঢ়াইছে ৷ কিন্তু নৌ-সেনাৰ মহিলাবিষয়াসকলে দীৰ্ঘদিনৰ পৰা স্থায়ী কমিছনৰ দাবী উত্থাপন কৰি আহিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.