ETV Bharat / bharat

ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ : অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গান্ধী পৰিয়ালৰ ৪৫ সংখ্যক জৰুৰী অৱস্থাৰ বৰ্ষপূৰ্তিক লৈ বৃহস্পতিবাৰে মন্তব্য কৰি কয় যে, ৪৫ বছৰ পূৰ্বে আজিৰ দিনটোতেই ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিছিল । নিশাৰ ভিতৰতে দেশখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰি পেলাইছিল । প্ৰেছ, আদালত, মুক্ত ভাষণ সকলো বন্ধ কৰি দিছিল । দৰিদ্ৰ আৰু দলিতসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল ।

ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ : অমিত শ্বাহ
ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ : অমিত শ্বাহ
author img

By

Published : Jun 25, 2020, 4:32 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন : গান্ধী পৰিয়ালৰ ৪৫ সংখ্যক জৰুৰীকালীন অৱস্থাৰ বৰ্ষপূৰ্তিক লৈ বৃহস্পতিবাৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, ’ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ, যাৰ ফলস্বৰূপে ইয়াৰ বিৰোধিতা কৰা হৈছে '।

ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ : অমিত শ্বাহ
ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভ : অমিত শ্বাহ

মন্ত্ৰী অমিত শ্বাহে টুইটাৰযোগে কয় যে, ’৪৫ বছৰ পূৰ্বে আজিৰ দিনটোতেই ক্ষমতাৰ বাবে এটা পৰিয়ালৰ লোভে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিছিল । নিশাৰ ভিতৰতে দেশখনক কাৰাগাৰলৈ ৰূপান্তৰিত কৰি পেলাইছিল । প্ৰেছ, আদালত, মুক্ত ভাষণ সকলো বন্ধ কৰি দিছিল । দৰিদ্ৰ আৰু দলিতসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল ।''

  • As one of India’s opposition parties, Congress needs to ask itself:

    Why does the Emergency mindset remain?

    Why are leaders who don’t belong to 1 dynasty unable to speak up?

    Why are leaders getting frustrated in Congress?

    Else, their disconnect with people will keep widening.

    — Amit Shah (@AmitShah) June 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে তেওঁ কয় যে, ’লক্ষাধিক লোকৰ প্ৰচেষ্টাত এই জৰুৰী অৱস্থা আঁতৰাই দিয়া হৈছিল । ভাৰতত গণতন্ত্ৰৰ পুনৰুদ্ধাৰ হৈছিল যদিও এইটো কংগ্ৰেছত উপলব্ধ নাছিল । এটা পৰিয়ালৰ স্বাৰ্থই দলীয় স্বাৰ্থ তথা জাতীয় স্বাৰ্থৰ ওপৰত প্ৰাধান্য লাভ কৰিছিল । এই স্থিতি বৰ্তমানো কংগ্ৰেছ দলত অব্যাহত আছে ।''

  • Due to efforts of lakhs of people, the Emergency was lifted. Democracy was restored in India but it remained absent in the Congress. The interests of one family prevailed over party interests and national interests. This sorry state of affairs thrives in today’s Congress too!

’ভাৰতৰ অন্যতম বিৰোধী দল হিচাপে কংগ্ৰেছে নিজকে প্ৰশ্ন কৰা উচিত যে, জৰুৰীকালীন অৱস্থাৰ মানসিকতা কিয় অব্যাহত আছে? এনেকুৱা নেতা কিয় যিয়ে এটা ৰাজবংশৰ পৰা কথা কোৱাৰ সাহস নকৰে? কংগ্ৰেছ নেতাসকল কিয় হতাশ হৈছে? মানুহে প্ৰশস্ত হ'বই ।

  • On this day, 45 years ago one family’s greed for power led to the imposition of the Emergency. Overnight the nation was turned into a prison. The press, courts, free speech...all were trampled over. Atrocities were committed on the poor and downtrodden.

লগতে পঢ়ক : বাণিজ্য শাখাৰ অষ্টম স্থানপ্ৰাপ্ত তৃষ্ণাৰ মন চাটাৰ্ড একাউণ্টটেণ্ট হোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.