ETV Bharat / bharat

উৰিষ্যাত COVID-১৯ টীকাকৰণৰ প্ৰথম পৰ্যায়ৰ তথ্যভিত্তিক সংগ্ৰহ সম্পূৰ্ণ - উৰিষ্যা চৰকাৰে ৰাজ্যত

উৰিষ্যা চৰকাৰে ৰাজ্যত COVID-১৯ টীকাকৰণৰ প্ৰথম পৰ্যায়ৰ তথ্যভিত্তিক সংগ্ৰহ সম্পূৰ্ণ কৰি তুলিছে । কল্ড চেইন পইণ্টৰ মূল্যায়নো সম্পূৰ্ণ কৰিছে উৰিষ্যা চৰকাৰে । কৰ'ণা ভাইৰাছ প্ৰতিষেধকৰ সুৰক্ষিত মজুতকৰণৰ বাবে মুঠ ১,২২২টা কল্ড চেইন পইণ্ট চিনাক্ত কৰা হৈছে ৰাজ্যখনত ।

উৰিষ্যাত COVID-১৯ টীকাকৰণৰ প্ৰথম পৰ্যায়ৰ তথ্যভিত্তিক সংগ্ৰহ সম্পূৰ্ণ

author img

By

Published : Dec 19, 2020, 2:25 PM IST

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: উৰিষ্যা চৰকাৰে প্ৰকাশ কৰা মতে, ১.৪ লাখ আই চি ডি এছ কৰ্মীসহ ৩.২ লাখ স্বাস্থ্য কৰ্মীক টীকাকৰণৰ বাবে তালিকাভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও ৰাজ্যখনত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ৮,২৬৭ গৰাকী ভেকচিনেটৰ আৰু ২৯,২৭৬টা কেন্দ্ৰ চিনাক্ত কৰা হৈছে । চৰকাৰেও ইতিমধ্যে কল্ড চেইন পইণ্টৰ মূল্যায়নো সম্পূৰ্ণ কৰিছে আৰু ১,২২২টা কল্ড চেইন পইণ্ট চিনাক্ত কৰিছে ।

পৰিবহণৰ বাবে মুঠ ১,৭৯৬টা আইচ লাইনড ৰেফ্ৰিজাৰেটৰ আৰু ৰাজ্যত টীকাকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ ১,৭৭১টা ডীপ ফ্ৰিজাৰৰ ব্যৱস্থা কৰা হৈছে । টীকাকৰণ চলাই নিয়াৰ বাবে চৰকাৰে ইতিমধ্যে ষ্টেট ষ্টিয়েৰিং কমিটী, ৰাজ্য টাস্ক ফ'ৰ্চ কমিটী আৰু জিলা টাস্ক ফ'ৰ্চ কমিটী আৰু ব্লক টাস্ক ফ'ৰ্চ কমিটী ।

লগতে পঢ়ক:মিদনাপুৰত আজি জনসভা সম্বোধন কৰিব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.