নিউজ ডেস্ক, 17 আগষ্টঃ অৰুণাচলৰ এন পি পি বিধায়ক টিৰং আবহ আৰু অন্য 10 জন ব্যক্তিৰ হত্যাৰ সৈতে জৰিত থকাৰ অপৰাধত শুকুৰবাৰে এন আই এয়ে গ্ৰেপ্তাৰ কৰে এন এচ চি এন-আই এম (NSCN-IM) ৰ লেফটেনেন্ট য়াংতে যোশাহামক ৷ তথ্য অনুসৰি এন আই এয়ে স্থানীয় মিলিটাৰীৰ স'তে এক যৌথ অভিযান চলায় নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ পৰা লেফটেনেন্ট য়াংতে যোশাহামক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ 21 মে'ত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত বিধায়ক তথা এনপিপি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী টিৰং আবহৰ সৈতে অন্য 10 জনক গুলিয়াই হত্যা কৰিছিল ৷ দোষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ 302 ধাৰাৰ অধীনত হত্যাৰ গোচৰ, 307 ধাৰাৰ অধীনত হত্যাৰ চেষ্টাৰ গোচৰ আৰু অস্ত্ৰ আইনৰ অধীনত বেআইনী কাৰ্মৰ গোচৰ ৰুজু কৰা হৈছে ৷
বিধায়ক টিৰং আবহৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ এন এচ চি এন-আই এম ৰ লেফটেনেন্ট - etv bharat
উল্লেখ্য যে চলিত বৰ্ষৰ 21 মে'ত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত বিধায়ক তথা এনপিপি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী টিৰং আবহৰ সৈতে অন্য 10 জনক গুলিয়াই হত্যা কৰিছিল ৷
নিউজ ডেস্ক, 17 আগষ্টঃ অৰুণাচলৰ এন পি পি বিধায়ক টিৰং আবহ আৰু অন্য 10 জন ব্যক্তিৰ হত্যাৰ সৈতে জৰিত থকাৰ অপৰাধত শুকুৰবাৰে এন আই এয়ে গ্ৰেপ্তাৰ কৰে এন এচ চি এন-আই এম (NSCN-IM) ৰ লেফটেনেন্ট য়াংতে যোশাহামক ৷ তথ্য অনুসৰি এন আই এয়ে স্থানীয় মিলিটাৰীৰ স'তে এক যৌথ অভিযান চলায় নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ পৰা লেফটেনেন্ট য়াংতে যোশাহামক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ 21 মে'ত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত বিধায়ক তথা এনপিপি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী টিৰং আবহৰ সৈতে অন্য 10 জনক গুলিয়াই হত্যা কৰিছিল ৷ দোষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ 302 ধাৰাৰ অধীনত হত্যাৰ গোচৰ, 307 ধাৰাৰ অধীনত হত্যাৰ চেষ্টাৰ গোচৰ আৰু অস্ত্ৰ আইনৰ অধীনত বেআইনী কাৰ্মৰ গোচৰ ৰুজু কৰা হৈছে ৷
NSCN-IM leader arrested for killing lawmaker, 10 othres
বিধায়ক টিৰং আবহৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ এচ চি এন-আই এম লেফটেনেন্ট
নিউজ ডেস্ক, 17 আগষ্টঃ অৰুণাচলৰ এন পি পি বিধায়ক টিৰং আবহ আৰু অন্য 10 জন ব্যক্তিৰ হত্যাৰ সৈতে জৰিত থকাৰ অপৰাধত শুকুৰবাৰে এন আই এয়ে গ্ৰেপ্তাৰ কৰে এন এচ চি এন-আই এম (NSCN-IM) ৰ লেফটেনেন্ট য়াংতে যোশাহামক ৷ তথ্য অনুসৰি এন আই এয়ে স্থানীয় মিলিটাৰীৰ স'তে এক যৌথ অভিযান চলায় নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ পৰা লেফটেনেন্ট য়াংতে যোশাহামক গ্ৰেপ্তাৰ কৰে৷
উল্লেখ্য যে চলিত বৰ্ষৰ 21 মে'ত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত বিধায়ক তথা এনপিপি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী টিৰং আবহৰ সৈতে অন্য 10 জনক গুলিয়াই হত্যা কৰিছিল ৷ দোষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ 302 ধাৰাৰ অধীনত হত্যাৰ গোচৰ, 307 ধাৰাৰ অধীনত হত্যাৰ চেষ্টাৰ গোচৰ আৰু অস্ত্ৰ আইনৰ অধীনত বেআইনী কাৰ্মৰ গোচৰ ৰুজো কৰা হৈছে৷
Conclusion: