ETV Bharat / bharat

বিদেশত থকা ভাৰতীয়ই নিজ গাঁৱবাসীক প্ৰদান কৰিলে সাহাৰ্য

বিদেশত থকা এগৰাকী ভাৰতীয়ই নিজ গাঁৱৰ মানুহৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে । আমেৰিকাত থকা তেলেংগানাৰ মানচেৰিয়েলৰ বাসিন্দা ভব্যা ৰেড্ডীয়ে নিজৰ গাঁৱবাসীৰ বাবে ৫লাখ টকা দান কৰে ।

বিদেশত থকা ভাৰতীয়ই নিজ গাঁৱবাসীক প্ৰদান কৰিলে সাহাৰ্য
বিদেশত থকা ভাৰতীয়ই নিজ গাঁৱবাসীক প্ৰদান কৰিলে সাহাৰ্য
author img

By

Published : Apr 29, 2020, 12:31 PM IST

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ আমেৰিকাত বাস কৰা ভব্যা ৰেড্ডী নামৰ এগৰাকী ভাৰতীয় মহিলাই নিজৰ গাঁৱবাসীলৈ প্ৰদান কৰিছে ৫ লাখ টকা । কোভিড-১৯ মহামাৰীৰ সময়ত লকডাউনৰ বাবে ৰাইজে বহুটো অসুবিধাৰ সন্মুখীন হৈছে । বিশেষকৈ গাঁৱত বাস কৰা লোকসকলে ভয়ংকৰ খাদ্যৰ অভাৱত পৰা দেখিবলৈ পোৱা গৈছে ।

এনে সময়তে তেলেংগানাৰ মানচেৰিয়েল জিলাৰ বাসিন্দা ভব্যা ৰেড্ডীয়ে স্থানীয় লোকসকললৈ প্ৰদান কৰে ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য । উল্লেখ্য যে, ভব্যা ৰেড্ডীৰ ককাক অৰবিন্দ ৰেড্ডী মানচেৰিয়েল সমষ্টিৰ বিধায়ক আছিল । ভব্যাই প্ৰদান কৰা ধনৰাশিৰে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি সাধাৰণ ৰাইজক প্ৰদান কৰে ।

লগতে পঢ়কঃ দূৰ্নীতি ! কৃষকৰ পৰিৱৰ্তে সাহায্যৰ ধন সোমাল চৰকাৰী কৰ্মচাৰীৰ একাউন্টত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.