নিউজ ডেস্ক, 20 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন আৰ চিক লৈ ৰাইজৰ মাজত থকা আশংকা সমূহৰ ওৰ পেলাই কয় যে 31 আগষ্টত প্ৰকাশ হ'ব লগীয়া এন আৰ চিৰ চূৰান্ত খচৰাত নাম নথকা লোকসকলে পুনৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাব পাৰিব ৷ তেওঁ জনাই যে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাবৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে এন আৰ চিৰ পাৰ বাদ পৰা লোকসকলক বিদেশী ন্যায়াধীকৰণে পূৰ্বতে আবেদন কৰিবলৈ 60 দিন দিছিল,সেই সময়সীমা বৃদ্ধি কৰি এতিয়া 120 দিনলে বৃদ্ধি কৰা হৈছে ৷
এন আৰ চিক লৈ অমিত শ্বাহ আৰু সৰ্বানন্দ সোনোৱালৰ - গৃহ মন্ত্ৰণালয়
গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে এন আৰ চিৰ পাৰ বাদ পৰা লোকসকলক বিদেশী ন্যায়াধীকৰণে পূৰ্বতে আবেদন কৰিবলৈ 60 দিন দিছিল,সেই সময় সীমা বৃদ্ধি কৰা হৈছে 120 দিনলৈ ৷
নিউজ ডেস্ক, 20 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন আৰ চিক লৈ ৰাইজৰ মাজত থকা আশংকা সমূহৰ ওৰ পেলাই কয় যে 31 আগষ্টত প্ৰকাশ হ'ব লগীয়া এন আৰ চিৰ চূৰান্ত খচৰাত নাম নথকা লোকসকলে পুনৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাব পাৰিব ৷ তেওঁ জনাই যে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাবৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে এন আৰ চিৰ পাৰ বাদ পৰা লোকসকলক বিদেশী ন্যায়াধীকৰণে পূৰ্বতে আবেদন কৰিবলৈ 60 দিন দিছিল,সেই সময়সীমা বৃদ্ধি কৰি এতিয়া 120 দিনলে বৃদ্ধি কৰা হৈছে ৷
NRC MEET WITH HOME MINISTER
Conclusion: