ETV Bharat / bharat

এন আৰ চিক লৈ অমিত শ্বাহ আৰু সৰ্বানন্দ সোনোৱালৰ

author img

By

Published : Aug 20, 2019, 10:23 PM IST

Updated : Aug 20, 2019, 11:59 PM IST

গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে এন আৰ চিৰ পাৰ বাদ পৰা লোকসকলক বিদেশী ন্যায়াধীকৰণে পূৰ্বতে আবেদন কৰিবলৈ 60 দিন দিছিল,সেই সময় সীমা বৃদ্ধি কৰা হৈছে 120 দিনলৈ ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী আমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সোণৱালৰ এন আৰ চিক লৈ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, 20 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন আৰ চিক লৈ ৰাইজৰ মাজত থকা আশংকা সমূহৰ ওৰ পেলাই কয় যে 31 আগষ্টত প্ৰকাশ হ'ব লগীয়া এন আৰ চিৰ চূৰান্ত খচৰাত নাম নথকা লোকসকলে পুনৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাব পাৰিব ৷ তেওঁ জনাই যে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাবৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে এন আৰ চিৰ পাৰ বাদ পৰা লোকসকলক বিদেশী ন্যায়াধীকৰণে পূৰ্বতে আবেদন কৰিবলৈ 60 দিন দিছিল,সেই সময়সীমা বৃদ্ধি কৰি এতিয়া 120 দিনলে বৃদ্ধি কৰা হৈছে ৷

এই সিদ্ধান্ত সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন বৈঠকত লোৱা হয় ৷ এই বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উল্লেখযোগ্য যে,বিদেশী নাগৰিক (আই) 1946 আৰু বিদেশী ন্যায়াধীকৰণ 1964ৰ অধীনত বিদেশী ন্যায়াধীকৰণে এজন লোকক বিদেশী বুলি ঘোষণা কৰিব পাৰে ৷

Intro:Body:

NRC MEET WITH HOME MINISTER

Conclusion:
Last Updated : Aug 20, 2019, 11:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.