ETV Bharat / bharat

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ - দিল্লীৰ জন্তৰ-মন্তৰত উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে নতুন দিল্লীতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ নতুন দিল্লীৰ জন্তৰ-মন্তৰত উত্তৰ-পূৱৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

North East students protest against CA(A) in New Delhi
নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ
author img

By

Published : Dec 15, 2019, 5:34 PM IST

নতুন দিল্লী, 15 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৱৰ লগতে দেশজুৰি অব্যাহত উত্তাল প্ৰতিবাদ ৷ দেশৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী নতুন দিল্লীতো উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ তীব্ৰ প্ৰতিবাদ ৷ দেওবাৰে নতুন দিল্লীৰ জন্তৰ-মন্তৰত উত্তৰ-পূৱৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰতিবাদকাৰী ছাত্ৰসকলে কয় যে নাগৰিকত্ব সংশোধনী আইনখনে ভাৰতীয় সংবিধানক চূড়ান্ত অৱমাননা কৰিছে আৰু ই উত্তৰ-পূৱৰ নাগৰিকৰ জাতীয় অস্তিত্বৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিব ৷

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ উত্তৰ-পূৱৰ ছাত্ৰ সমাজৰ

লগতে তেওঁলোকে প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাক তীব্ৰ গৰিহণা ভাষাৰে গৰিহণা দিয়ে ৷ বন্ধ হৈ থকা ইন্টাৰনেট সেৱাও অতিশীঘ্ৰেই মুকলি কৰি দিয়াৰ বাবে দাবী জনায় ৷ গণতান্ত্ৰিক আন্দোলনক বাধা দিয়াৰ অধিকাৰ চৰকাৰৰ নাই ৷ নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি কৰা আন্দোলনক চৰকাৰে মষিমূৰ কৰিবলৈ চেষ্টা চলাইছে ৷ অসম তথা উত্তৰ-পূৱৰ খিলঞ্জীয়া জনসাধাৰণে কোনোপধ্যেই এই জাতিধ্বংসী আইন মানি নলয় ৷ ইয়াৰোপৰি অনুপ্ৰৱেশকাৰীয়ে জুৰুলা কৰা উত্তৰ-পূৱৰ অৰ্থৈতিক ক্ষেত্ৰখনক কোঙা কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে ৷

আৰু পঢ়কঃ ডিব্ৰুগড় আৰু গুৱাহাটীত সাময়িকভাৱে শিথিল সান্ধ্য আইন

Intro:

Body:Students of North East protested against implementation of citizenship Amendment Act at Jantar Mantar on Sunday. While talking to ETV Bharat studentd said that this bill is against the values of constitution and will not safeguard the rights of indigenous people of India's North East they also condom the police brutality on protestors. This bill will for the increase burden of immigrants on Assam and will impact their economy and diversity.

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.