ETV Bharat / bharat

পুনৰ আৰম্ভ দিল্লী মেট্ৰ’ ৰে’ল সেৱা - নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ

বন্ধ হৈ থকা দিল্লী মেট্ৰ’ ৰে’ল সেৱা শনিবাৰে পুৱা পুনৰ আৰম্ভ হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত সংঘটিত হোৱো হিংসাত্মক তথা বিক্ষিপ্ত ঘটনাৰ বাবে বন্ধ হৈ আছিল ৰাজধানী নতুন দিল্লীৰ কেইবাটাও মেট্ৰ’ ষ্টেচন ৷

Normal services resume on Delhi Metro rail
পুনৰ আৰম্ভ দিল্লী মেট্ৰ’ ৰে’ল সেৱা
author img

By

Published : Dec 21, 2019, 11:20 AM IST

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদী হিংসাই জ্বলাইছে সমগ্ৰ দেশ ৷ ৰাজধানী নতুন দিল্লীতো এই প্ৰতিবাদৰ ফলত হোৱা কেতবোৰ হিংসাত্মক ঘটনাই স্তব্ধ কৰিছিল স্বাভাৱিক জীৱন-যাপন তথা দিল্লী মেট্ৰ’ সেৱা ৷ পৰিৱেশ ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিচত কেইবাঠাইতো বন্ধ হৈ থকা মেট্ৰ’ ৰে’ল সেৱা শনিবাৰে পুৱা পুনৰ আৰম্ভ কৰা হয় ৷

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত সংঘটিত হোৱো হিংসাত্মক তথা বিক্ষিপ্ত ঘটনাৰ বাবে বন্ধ হৈ আছিল ৰাজধানী নতুন দিল্লীৰ কেইবাটাও মেট্ৰ’ ষ্টেচন ৷ এই কথা টুইটাৰযোগে দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনে ঘোষণা কৰে ৷

আৰু পঢ়কঃ কৰ্পৰেট কৰ হ্ৰাসে আন্ত:গাঁথনি উন্নত কৰিছে কোম্পানীসমূহৰ:নৰেন্দ্ৰ মোডী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.