ETV Bharat / bharat

স্বাস্থ্যৰ কোনো পৰিৱৰ্তন হোৱা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

author img

By

Published : Aug 18, 2020, 2:00 PM IST

10 আগষ্টত মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ বাবে তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ অস্ত্ৰোপচাৰৰ পিছৰে পৰা তেখেত ক’মাত আছে ৷ উল্লেখ্য যে, 10 আগষ্টৰ দিনাখনেই ক'ভিড 19ত আক্ৰান্ত হোৱাৰ কথা নিজ মুখেৰে ব্যক্ত কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

No change in Mukherjee's health condition: Hospital
স্বাস্থ্যৰ কোনো পৰিৱৰ্তন হোৱা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

নেশ্যনেল ডেক্স,18 আগষ্টঃ স্বাস্থ্যৰ কোনো পৰিৱৰ্তন হোৱা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ সম্প্ৰতি তেখেতক ভেন্টিলেটৰত ৰখাৰ কথা ব্যক্ত কৰিছে আৰ্মী হাস্পতাল কৰ্তৃপক্ষই ৷ আনহাতে, তেখেতৰ গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত মাপকাঠিসমূহ সুস্থিৰ অৱস্থাত থকা বুলিয়ে জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই ৷

10 আগষ্টত মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ বাবে তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ অস্ত্ৰোপচাৰৰ পিছৰে পৰা তেখেত ক’মাত আছে ৷ উল্লেখ্য যে, 10 আগষ্টৰ দিনাখনেই ক'ভিড 19 ত আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

উল্লেখ্য যে, 2012ৰ পৰা 2017 চনলৈ দেশৰ 13 তম ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত আছিল প্ৰণৱ মুখাৰ্জী ৷

লগতে পঢ়ক-৬৮ সংখ্যক 'মন কী বাত' : দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.