নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : সোমবাৰে দিল্লী পাটিয়ালা হাউছ আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীক মৃত্যুদণ্ড প্ৰদানৰ বাবে নতুন দিন ঘোষণা কৰিছে ৷ 3 মাৰ্চত অপৰাধী কেইজনক ফাঁচীকাঠত ওলমোৱা হ'ব বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, 2012 চনত চাৰি অপৰাধীয়ে ধৰ্ষণ কৰি হত্যা কৰিছিল নিৰ্ভয়াক ৷
আৰু পঢ়ক : মুম্বাইৰ জি এছ টি ভৱনত ভয়ংকৰ অগ্নিকাণ্ড