ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডৰ টাইমলাইন

author img

By

Published : Mar 20, 2020, 10:22 AM IST

আহক এবাৰ চকু ফুৰাওঁ সমগ্ৰ নিৰ্ভয়া কাণ্ডটোৰ ওপৰত ৷ যাৰ পৰিণতিত শুকুৰবাৰে পুৱা 5 বাজি 30 মিনিটত ফাঁচি কাঠত ওলমোৱা হয় নিৰ্ভয়াকাণ্ডৰ চাৰিগৰাকী দোষীক ৷ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাৰিগৰাকী দোষী মুকেশ সিং, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰক 20 মাৰ্চৰ দিনা ফাঁচী দিয়া হয় তিহাৰ জেলত ৷

Nirbhaya Case Timeline
নিৰ্ভয়া কাণ্ডৰ টাইমলাইন

নিউজ ডেস্ক,20মাৰ্চঃ দেশবাসীক হচকিত কৰি তুলিছিল 2012 চনত সংঘটিত নিৰ্ভয়া কাণ্ডই ৷ শুকুৰবাৰে পুৱা 5 বাজি 30 মিনিটত ঘটনাৰ সম্পূৰ্ণ সাত বছৰ তিনিমাহ চাৰিদিনৰ অন্তত ফাঁচি কাঠত ওলমোৱা হয় হত্যাকাণ্ডৰ চাৰিগৰাকী অপৰাধী মুকেশ সিং, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰক ৷ আহক এবাৰ চকু ফুৰাও, সমগ্ৰ নিৰ্ভয়া কাণ্ডটোৰ ওপৰত ৷

  • নিৰ্ভয়া কাণ্ডৰ টাইমলাইনঃ
  • 2012চন
  • ডিচেম্বৰ 16: এখন ব্যক্তিগত খণ্ডৰ বাছৰ ভিতৰত নিৰ্ভয়াক 6 ধৰ্ষণকাৰীৰ দলবদ্ধ ধৰ্ষণ
  • ডিচেম্বৰ 18-22 : ধৰ্ষণকাৰীক আটক
  • ডিচেম্বৰ 29 :ধৰ্ষণকাৰীয়ে শৰীৰত কৰা সাংঘাতিক আঘাতৰ ফলত ছিংগাপুৰত মৃত্যু নিৰ্ভয়াৰ
    Nirbhaya Case Timeline
    নিৰ্ভয়া কাণ্ডৰ টাইমলাইন
  • 2013চন
  • জানুৱাৰী 2: ফাষ্ট ট্ৰেক আদালত গঠন
  • মাৰ্চ 11 : জেইলৰ ভিতৰতে ৰাম সিং নামৰ এটা ধৰ্ষণকাৰীৰ আত্মহত্যা
  • ছেপ্তেম্বৰ 13 : ফাষ্ট ট্ৰেকত চাৰি দোষীক মৃত্যুদণ্ডৰ ঘোষণা
  • 2014 চন
  • মাৰ্চ 13 : মৃত্যুদণ্ডৰ ঘোষণাক সমৰ্থন দিল্লী উচ্চ ন্যায়ালয়ৰ
  • 2015 চন
  • ডিচেম্বৰ 18 : ধৰ্ষণত জড়িত নাবালকক মুক্তি
  • 2016 চন
  • মে' 5 : মৃত্যুদণ্ডৰ ঘোষণাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
  • 2017 চন
  • ফেব্ৰুৱাৰী 3 : ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পুনৰ শুনানি
  • জুলাই 9 : উচ্চতম ন্যায়ালয়ৰ পুনৰ মৃত্যুদণ্ডৰ ঘোষণা
    নিৰ্ভয়া কাণ্ডৰ টাইমলাইন

2020 চন

  • জানুৱাৰী,7 : জানুৱাৰী 22 তাৰিখে ধৰ্ষণকাৰীক তিহাৰ জেলত ফাঁচি দিয়াৰ ঘোষণা দিল্লী কোৰ্টৰ
  • ফেব্ৰুৱাৰী 17 : 3 মাৰ্চত ফাঁচিৰ দিন হিচাপে ঘোষণা
  • মাৰ্চ 5 : সকলো ক্ষমাৰ আবেদন নাকচ কৰি 20 মাৰ্চত চাৰি দোষীক ফাঁচিৰ দিন ঘোষণা
  • মাৰ্চ 20 : অৱশেষত চাৰি দোষীক ফাঁচি প্ৰদান

লগতে পঢ়কঃনিৰ্ভয়া কাণ্ডত জড়িত চাৰি অপৰাধীক ফাঁচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.