ETV Bharat / bharat

কৰ'ণা সংকটৰ মাজতে মানৱ সৰবৰাহ ৰোধৰ বাবে মন্ত্ৰালয়লৈ পৰামৰ্শ NHRCৰ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কৰ'ণাসৃষ্ট ভাৰতত প্ৰত্যাহ্বান স্বৰূপ হৈ পৰা মানৱ সৰবৰাহ হ্ৰাস কৰিবলৈ এক পৰামৰ্শাৱলী জাৰি কৰিছে ।

author img

By

Published : Dec 12, 2020, 1:07 PM IST

কৰ'ণা সংকটৰ মাজতে মানৱ সৰবৰাহ ৰোধৰ বাবে মন্ত্ৰালয়লৈ পৰামৰ্শ NHRCৰ
কৰ'ণা সংকটৰ মাজতে মানৱ সৰবৰাহ ৰোধৰ বাবে মন্ত্ৰালয়লৈ পৰামৰ্শ NHRCৰ

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ: কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে দেশত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই সমস্যাৰে যুঁজিবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰামৰ্শাৱলী জাৰি কৰিছে ।

COVID-১৯ মহামাৰী সন্দৰ্ভত আয়োগে জাৰি কৰা পৰা এই ১২ সংখ্যক পৰামৰ্শাৱলীত মানৱ সৰবৰাহ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ পৰামৰ্শ দিয়া হৈছে ।

মহামাৰী আৰু লকডাউনৰ পৰিণতি স্বৰূপে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিত সমগ্ৰ দেশতে সমাজৰ দুৰ্বল শ্ৰেণীৰ অধিকাৰ কিমান সুৰক্ষিত হৈ আছে তাক লৈ চিন্তিত হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ।

মানৱ অধিকাৰ আৰু ভৱিষ্যত প্ৰতিক্ৰিয়াৰ ওপৰত COVID-১৯ মহামাৰীৰ প্ৰভাৱ এই সন্দৰ্ভত বিশ্লেষণ কৰিবলৈ বিশেষজ্ঞ কমিটী গঠন কৰা হৈছে ।

সমাজৰ বিভিন্ন সংস্থা, ব্যক্তিগত ডমেইন বিশেষজ্ঞ, সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগৰ প্ৰতিনিধিক কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক:COVID-১৯ত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.