ETV Bharat / bharat

20 মিনিটৰ ভিতৰত এন্টিভাইৰাছৰ অনুসন্ধান কৰিব পৰা নতুন প্ৰযুক্তি !

author img

By

Published : May 25, 2020, 5:30 PM IST

20 মিনিটৰ ভিতৰতে ব্লাড ছেৰামৰ পৰা এন্টিবডি ভাইৰাছ ধৰা পেলাব পাৰিব নতুন প্ৰযুক্তিবিদ্যাই ৷ SARS-CoV-2 ৰ বিৰুদ্ধে এন্টিবডি ধৰা পেলাবৰ বাবে এই প্ৰণালী ব্যৱহাৰ কৰা হ'ব ৷

ব্লাড ছেৰামৰ পৰা এন্টিবডি ভাইৰাছ ধৰা পেলাব পাৰিব নতুন প্ৰযুক্তিবিদ্যাই
20 মিনিটৰ ভিতৰত এন্টিভাইৰাছ এন্টিবডিৰ অনুসন্ধান কৰিব পৰা নতুন প্ৰযুক্তিবিদ্যা

নেশ্যনেল ডেস্ক, 25 মে': গৱেষকে উদ্ভাৱন কৰিছে পৰ্টেবল এনালাইজাৰৰ ব্যৱহাৰেৰে অতি খৰতকীয়াকৈ কৰিব পৰা জৈৱ প্ৰশিক্ষণ ৷ কেৱল 20 মিনিটৰ ভিতৰতে ব্লাড ছেৰামৰ পৰা এন্টিবডি ভাইৰাছ ধৰা পেলাবলৈ সক্ষম হোৱাৰ পাচতে এই কথা প্ৰমাণিত হৈছে ৷ SARS-CoV-2 ৰ বিৰুদ্ধে এন্টিবডি ধৰা পেলাবৰ বাবেও এই প্ৰণালী ব্যৱহাৰ কৰা হ'ব বুলি প্ৰকাশ ৷

হাক্কাইডো বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অৱ কেমিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ কেইনে নিশ্বিয়ামাৰ লগতে এটা দলে এই অধ্যয়ন সমাপ্ত কৰিছিল ৷ খৰতকীয়া, নিৰ্বাচিত এন্টিবডি চিনাক্তকৰণৰ দ্বাৰা নতুন পদ্ধতি উদ্ভাৱন কৰিবৰ বাবে এই অধ্যয়ন কৰা হৈছিল ৷ উল্লেখ্য যে, এভিয়ান ইনফ্লুৱেঞ্জা হৈছে influenza A virus সংক্ৰমণৰ ফলত কুকুৰাৰ দেহত হোৱা এবিধ ৰোগ ৷

এই প্ৰক্ৰিয়াটো FPIA ৰ ওপৰত নিৰ্ভৰশীল কিন্তু এই বিশ্লেষকক অধিক সৰু আৰু কঢ়িয়াই লৈ ফুৰিব পৰা হ'বৰ বাবে গৱেষকসকলে এই ক্ৰিয়াত বেলেগ মাপ ব্যৱহাৰ কৰিছে ৷ এই বিশ্লেষকৰ ওজন 5.5 কিল'গ্ৰাম ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.