ETV Bharat / bharat

পঞ্চম বাৰৰ বাবে স্থগিত নেপালৰ শাসকীয় দলৰ বৈঠক

author img

By

Published : Jul 10, 2020, 4:47 PM IST

নেপালৰ শাসকীয় কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ মাজত চলি থকা সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰিবলগীয়া বৈঠক শুকুৰবাৰে পুনৰ এবাৰ স্থগিত কৰা হয় । দেশখনত বানৰ প্ৰকোপৰ ফলত এসপ্তাহলৈ পিছুৱাই দিয়া হয় বৈঠকখন ।

nepals-ruling-communist-partys-meet-to-decide-pms-future-deferred-for-a-week-over-floods

নিউজ ডেস্ক, ১০ জুলাই : নেপালৰ শাসকীয় কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ ৰাজনৈতিক ভৱিষ্যতক লৈ দলটোৰ মাজত চলি থকা সংঘৰ্ষৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰিবলগীয়া বৈঠকক শুকুৰবাৰে পুনৰ স্থগিত কৰা হয় । দেশখনত বানৰ প্ৰকোপৰ বাবে এসপ্তাহলৈ পিছুৱাই দিয়া হয় বৈঠকখন ।

উল্লেখ্য যে, নেপালৰ কমিউনিষ্ট পাৰ্টীৰ ৪৫ জনীয়া সদস্যৰে শক্তিশালী স্থানীয় সমিতিৰ এখন মহত্বপূৰ্ণ বৈঠক শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল । এন চি পিৰ প্ৰবক্তা নাৰায়ণ কাজী শ্ৰেষ্ঠ‌ই কয় যে, বানৰ কবলত পৰা অঞ্চলত থকা লোকক উদ্ধাৰ আৰু সহায়ৰ লগতে, ভূমিস্খলনৰ ফলত হোৱা‌ ক্ষয়-ক্ষতিৰ বাবে দলৰ উক্ত সভাখন পিছুৱাই দিয়া হৈছে । জানিব পৰা মতে, পঞ্চমবাৰৰ বাবে দলৰ উক্ত বৈঠকখন স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক : স্থৱিৰ নহয় বংগৰ উন্নয়নৰ চকা : মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.