ETV Bharat / bharat

স্ক্ৰীনিঙৰ বাবে NEHU ৰ অধ্যাপকে উদ্ভাৱন কৰিলে 'থাৰ্মেল গান' - নেহুৰ গৱেষক ছাত্ৰই সাজি উলিয়ালে বিশেষ যন্ত্ৰ

নেহুৰ গৱেষক ছাত্ৰই সাজি উলিয়ালে বিশেষ যন্ত্ৰ ৷ ইয়াৰ দ্বাৰা কোনো লোকৰ দেহৰ উষ্ণতা জুখিব পৰা যাব ৷

স্ক্ৰীনিঙৰ বাবে NEHU ৰ অধ্যাপকে উদ্ভাৱন কৰিলে 'থাৰ্মেল গান'

author img

By

Published : Mar 28, 2020, 8:41 PM IST

নেশ্যনেল ডেস্ক, 28 মাৰ্চ : North-Eastern Hill University (NEHU)ৰ এগৰাকী গৱেষক ছাত্ৰই সাজি উলিয়াইছে এক থাৰ্মেল গান ৷ ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰা লোকসকলৰ স্ক্ৰীনিং কৰিব পৰা যাব বুলি শনিবাৰে প্ৰকাশ কৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷

এই যন্ত্ৰৰ জৰিয়তে দেহৰ উষ্ণতা জুখিবলৈ সক্ষম হোৱাৰ লগতে কোনো লোকৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমণ হৈছে নি সেই সম্পৰ্কত পূৰ্বানুমান লগাব পৰা যাব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

Biomedical Instrumentation and Signal Processing laboratoryত গৱেষক ছাত্ৰ বিনায়ক মাঝীয়ে এই যন্ত্ৰবিধ প্ৰায় তিনিদিনৰ ভিতৰত উদ্ভাৱন কৰি উলিয়ায় ৷ প্ৰায় এক ফুট দূৰৰ পৰাই যন্ত্ৰবিধে ফাৰেনহাইট আৰু চেলছিয়াছত উষ্ণতা জুখিবলৈ সক্ষম বুলি জানিব পৰা গৈছে ৷ বিশ্ববিদ্যালয়খনৰ ৰেজিষ্টাৰ জে. এন.নায়কৰ আহ্বানত মাঝীয়ে এই যন্ত্ৰ সাজি উলিয়ায় ৷

আৰু পঢ়ক :

জমেট' আৰু চুইগীত সংস্পৰ্শ বিহীন বিতৰণৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.