নিউজ ডেস্ক, 10 আগষ্টঃ NDTVৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ক দেশৰ বাহিৰলৈ যোৱাৰ পৰা বাধা ৷ মুম্বাই এয়াৰ পৰ্টত বাধা আৰুপ কৰে বিমান বন্দৰ কৰ্তিপক্ষয়ে ৷ কি কাৰণত বাধা আৰোপ কৰা হৈছে ভাৰতৰ বাহিৰলৈ যাবলৈ সেই কথা স্পষ্ট হোৱা নাই ৷ ধনৰ অবৈধ লেনদেনৰ এটা গোচৰৰ বাবে চি বি আয়ে এক গোচৰৰ ভিত্তিত বাধা আৰোপ কৰা বুলি ধাৰণা কৰা হৈছে ৷
প্ৰণয় ৰয় আৰু ৰাধীকা ৰয়ক দেশৰ বাহিৰলৈ যোৱাৰ পৰা বাধা - মুম্বাই এয়াৰ পৰ্ট
প্ৰণয় ৰয় আৰু ৰাধীকা ৰয়ক দেশৰ বাহিৰলৈ যোৱাৰ পৰা বাধা
নিউজ ডেস্ক, 10 আগষ্টঃ NDTVৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ক দেশৰ বাহিৰলৈ যোৱাৰ পৰা বাধা ৷ মুম্বাই এয়াৰ পৰ্টত বাধা আৰুপ কৰে বিমান বন্দৰ কৰ্তিপক্ষয়ে ৷ কি কাৰণত বাধা আৰোপ কৰা হৈছে ভাৰতৰ বাহিৰলৈ যাবলৈ সেই কথা স্পষ্ট হোৱা নাই ৷ ধনৰ অবৈধ লেনদেনৰ এটা গোচৰৰ বাবে চি বি আয়ে এক গোচৰৰ ভিত্তিত বাধা আৰোপ কৰা বুলি ধাৰণা কৰা হৈছে ৷
NDTV founders Prannoy and Radhika Roy stopped from flying abroad at Mumbai airport - India News - https://www.indiatoday.in/india/story/-ndtv-founders-prannoy-and-radhika-roy-stopped-from-flying-abroad-at-mumbai-airport-1579261-2019-08-09
Conclusion: