ETV Bharat / bharat

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ দ্বিতীয়টো দিন - শাৰদ পাৱাৰ

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ আজি দ্বিতীয়টো দিন ৷ মহাৰাষ্ট্ৰৰ NCP দলে বুধবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷ পত্ৰখনৰ জৰিয়তে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন আগন্তুক তিনি দিনলৈ বাতিল কৰাৰ আহ্বান জনায় দলটোৱে ৷

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন
author img

By

Published : Nov 13, 2019, 1:10 PM IST

নিউজ ডেস্ক,13 নৱেম্বৰঃ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ আজি দ্বিতীয়টো দিন ৷ মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ অনুমোদন জনাইছিল ৷ ফলাফল ঘোষণাৰ 18 টা দিনৰ পাচতো কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ৰাজ্যখনত ৷ ইপিনে,মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টী চমুকৈ NCPৰ নেতা শাৰদ পাৱাৰ আৰু অজিত পাৱাৰে বুধবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷ পত্ৰখনৰ জৰিয়তে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন আগন্তুক তিনি দিনলৈ বাতিল কৰাৰ আহ্বান জনায় দলটোৱে ৷

লগতে পঢ়কঃ কাৰাগাৰৰ পৰা মুকলি হৈ ক'ত হেৰাল UNLF ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেন ?

এন চি পি নেতা অজিত পাৱাৰে মন্তব্য কৰে যে,কংগ্ৰেছৰ নেতাসকল ইয়াত অনুপস্থিত সেয়েহে আমাক অধিক সময়ৰ প্ৰয়োজন হৈছে ৷ যদিহে নিলম্বন হোৱাৰ দৰে সম্ভাৱনাই দেখা দিয়ে তেন্তে তিনিওটা দলৰ মাজত সৰ্বসন্মতিক্ৰমে এজন প্ৰাৰ্থী নিৰ্বাচিত কৰা হ'ব ৷

ইপিনে,বুধবাৰে উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰত বলবৎ হোৱা ৰাষ্ট্ৰপতি শাসন সন্দৰ্ভত গ্ৰহণ কৰিব পাৰে শুনানি ৷ বিষয়টোৰ বিৰুদ্ধাচৰণ কৰি শিৱসেনাই 12 নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ৷

NCP had given a letter to the Governor seeking an extension of three days
NCP_had_given_a_letter_to_the_Governor_seeking_an_extension_of_three_days
মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ দ্বিতীয়টো দিন
S-

নিউজ ডেস্ক, 13 নৱেম্বৰঃ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ আজি দ্বিতীয়টো দিন ৷ মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ অনুমোদন জনাইছিল ৷ ফলাফলৰ ঘোষণাৰ 18 টা দিনৰ পাচতো কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰাত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ৷ ইপিনে, মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টী চমুকৈ NCP নেতা শাৰদ পাৱাৰ আৰু অজিত পাাৱাৰে ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ পত্ৰখনৰ জৰিয়তে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন আগন্তুক তিনিদনিলৈ বাতিল কৰি ৰখাৰ প্ৰস্তুাৱ আগবঢ়ায় ৷

এন চি পিৰ নেতা অজিত পাৱাৰে মন্তব্য কৰে যে, কংগ্ৰেছৰ নেতা সকল ইয়াত অনুপস্থিত সেয়েহে আমাক অধিক সময়ৰ প্ৰয়োজন হৈছে ৷ লগতে নেতাগৰাকীয়ে কয় যে, যদিহে পদচ্যুত হোৱাৰ সম্ভাৱনা থাকে তেন্তে তিনিওটা দলৰ মাজত সৰ্বসন্মতি এক প্ৰাৰ্থী নিৰ্ণয় কৰা হ'ব ৷

ইপিনে, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰিব পাৰে শুনানি ৷ বিষয়টোৰ বিৰুদ্ধাচৰণ কৰি শিৱসেনাই 12 নৱেম্বৰত দাখিল কৰিছিল আবেদন ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.