ETV Bharat / bharat

ছত্তিশগড়ত নক্সাল প্ৰশিক্ষণৰ ভিডিঅ' ভাইৰেল - নক্সাল

চলিত সপ্তাহৰ আৰম্ভণিত ছত্তিশগড়ৰ চুকমা অঞ্চলত নক্সালৰ এটা দলৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ পাছতে নক্সালৰ প্ৰশিক্ষণৰ বাবে তিনিদিনীয়া কৰ্মশালাৰ আয়োজিত হৈছিল বুলি জানিব পৰা গৈছে।

Naxal training
Naxal training in Chhattisgarh's Bastar
author img

By

Published : Jul 2, 2020, 1:59 PM IST

নিউজ ডেস্ক, ২ জুলাইঃ বুধবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ছত্তিশগড়ৰ বাস্তাৰ জিলাৰ জংঘলত নক্সালৰ প্ৰশিক্ষণ দি থকা এটা ভিডিঅ' । ভিডিঅ'টোত কাপোৰেৰে মুখ ঢাকি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত দেখা গৈছে দৰভা শাখাৰ নক্সালৰ এটা দলক। কেমেৰাৰ সম্মুখত কেৱল নক্সালৰ কামাণ্ডাৰ লক্ষ্মণ কোৰামক দেখিবলৈ পোৱা গৈছে। বহু লোকে এই ভিডিঅ'টো নক্সালৰ এক বিশেষ ৰণনীতি হিচাপে উল্লেখ কৰিছে।

ছত্তিশগড়ত নক্সাল প্ৰশিক্ষণৰ ভিডিঅ' ভাইৰেল

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, চলিত সপ্তাহৰ আৰম্ভণিত ৰাজ্যখনৰ চুকমা অঞ্চলত নক্সালৰ এটা দলৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ পাছতে নক্সালৰ প্ৰশিক্ষণৰ বাবে তিনিদিনীয়া কৰ্মশালাৰ আয়োজিত হৈছিল বুলি জানিব পৰা গৈছে। যদি মাজে সময়ে নক্সালৰ এনে ভিডিঅ' প্ৰকাশ হৈ থাকে, তেন্তে নক্সালীসকলৰ চিনাক্তকৰণ আৰু তেওঁলোকক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ছত্তিশগড় আৰক্ষীয়ে প্ৰকাশ কৰে।

Naxal training in Chhattisgarh's Bastar
ছত্তিশগড়ত নক্সাল প্ৰশিক্ষণৰ ভিডিঅ' ভাইৰেল

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.