ETV Bharat / bharat

ভাৰত মহাসাগৰত চীনৰ ৰিচাৰ্ছ ভেছেল ট্ৰেক নৌসেনাৰ - য়ুহান ৱাং ক্লাছ ৰিচাৰ্ছ ভেছেল

ভাৰতীয় নৌসেনাৰ যুদ্ধবিমানে ভাৰত মহাসাগৰত প্ৰৱেশ কৰা চীনৰ এখন ৰিচাৰ্ছ ভেছেলৰ অৱস্থিতি ধৰা পেলাইছিল ৷ লাডাখত দুই দেশৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে যোৱা মাহত সংঘটিত হৈছে এই ঘটনা ৷

য়ুহান ৱাং ক্লাছ ৰিচাৰ্ছ ভেছেল
ভাৰত মহাসাগৰত চীনৰ ৰিচাৰ্ছ ভেছেল ট্ৰেক নৌসেনাৰ
author img

By

Published : Sep 17, 2020, 10:21 PM IST

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : ভাৰতীয় নৌসেনাৰ যুদ্ধবিমানে ভাৰত মহাসাগৰত প্ৰৱেশ কৰা চীনৰ এখন ৰিচাৰ্ছ ভেছেলৰ অৱস্থিতি ধৰা পেলাইছিল ৷ লাডাখত দুই দেশৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে যোৱা মাহত সংঘটিত হৈছে এই ঘটনা ৷

যোৱা মাহত মালাক্কা ষ্ট্ৰেইটৰ পৰা ভাৰত মহাসাগৰত প্ৰৱেশ কৰিছিল য়ুহান ৱাং ক্লাছ ৰিচাৰ্ছ ভেছেলখন ৷ সেই স্থানত মোতায়েন কৰা ভাৰতীয় সেনাই এই ভেছেলখন ট্ৰেক কৰিবলৈ সক্ষম হয় ৷

ভাৰতীয় নৌসেনাৰ ভেছেলে তীক্ষ্ম দৃষ্টি নিক্ষেপ কৰাৰ পাচতে চীনৰ ভেছেলখন নিজ দেশলৈ উভতি যায় ৷ এনে ধৰণৰ ভেছেল বেইজিঙৰ পৰা প্ৰায়ে আহে আৰু ভাৰতীয় সমুদ্ৰ ক্ষেত্ৰ সম্পৰ্কত তথ্য সংগ্ৰহৰ চেষ্টা চলায় ৷

যোৱা বছৰৰ ডিচেম্বৰত আন্দামান নিকোবৰত চীনৰ ভেছেল শ্বি য়ান 1 এ ভাৰতীয় সমুদ্ৰত প্ৰৱেশ কৰি গৱেষণামূলক কাৰ্যকলাপ চলাইছিল ৷

ভাৰতৰ ওপৰত চোৰাংচোৱা কৰিবৰ বাবে এনে ভেছেলৰ ব্যৱহাৰ কৰে চীনে ৷

লগতে পঢ়ক : BRICS ৰ ৰাষ্টীয় সুৰক্ষা উপদেষ্টাৰ ভাৰ্চুৱেল বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.