ETV Bharat / bharat

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ - ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক নিউজ

1959 চনৰ 21 অক্টোবৰত চীনা সৈনিকৰ আক্ৰমণৰ বলি হৈছিল 20 গৰাকীকৈ চি আৰ পিএফ বিষয়া তথা জোৱান ৷ ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত লাডাখৰ হট স্পৃং অঞ্চলত চীনা সৈনিকৰ গুলিত নিহত হৈছিল চি আৰ পিএফ বাহিনীৰ 10গৰাকীকৈ বিষয়া তথা জোৱান ৷ এইসকল জোৱানৰ স্মৃতিতেই অনুষ্ঠিত হৈ আহিছে ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰী
author img

By

Published : Oct 21, 2019, 6:20 PM IST

নিউজ ডেস্ক, 21 অক্টোবৰঃ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস ৷ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া দেশৰ আৰক্ষী বাহিনীৰ বীৰ শ্বহীদৰ স্মৃতিত প্ৰতিবছৰে 21 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় আৰক্ষী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক কেন্দ্ৰীয়ভাৱে উদযাপন কৰা আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

• Last year, the National Police Memorial was dedicated to the nation. This Memorial is a place of inspiration and gratitude. It reminds us of the valour of our police forces.

Do visit the National Police Memorial whenever possible. pic.twitter.com/DMYFLvi0pB

— Narendra Modi (@narendramodi) October 21, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানী সেনাক

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত উপস্থিত হৈ দেশ ৰক্ষাৰ নামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক সোঁৱৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আৰক্ষী স্মৃতি দিৱস উদযাপনক লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইট কৰি সকলোকে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ভ্ৰমণ কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে,1959 চনত ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লাডাখস্থিত হট স্পৃং অঞ্চলত চীনা সৈনিকৰ আক্ৰমণৰ বলি হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী অৰ্থাৎ চি আৰ পি এফৰ এটি 20 জনীয়া দল ৷ চীনা সৈনিকৰ আক্ৰমণত দলটোৰ 10 গৰাকীকৈ বিষয়া তথা জোৱান শ্বহীদ হোৱাৰ লগতে 7 গৰাকীক কাৰায়ত্ত কৰিছিল যদিও পলাই আহিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত নৱেম্বৰ মাহৰ 28 তাৰিখত চীনা সৈনিকে 10গৰাকী চি আৰ পি এফৰ মৃতদেহ ভাৰতক ওভটাই দিছিল ৷ তাৰ পিচতে উক্ত স্থানতে সম্পূৰ্ণ আৰক্ষী সন্মানেৰে তেওঁলোকৰ মৃতদেহৰ সৎকাৰ কৰা হৈছিল ৷ তেতিয়াৰে পৰাই ভাৰতে 21 অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে উদযাপন কৰি আহিছে ৷

লগতে পঢ়কঃ ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ প্ৰদৰ্শনী

আৰক্ষী স্মৃতি দিৱস উপলক্ষে দেশৰ সকলো ৰাজ্যতে আৰক্ষী বিভাগে উদযাপন কৰে আৰক্ষী স্মৃতি দিৱস ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহেও আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰে ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে চি আৰ পিএফ,এছএছবি,বি এছ এফ,আইটিবিপি,চি আই এছ এফ, এন এছ জি বাহিনীকে ধৰি আই বি আৰু এন আই এ বাহিনীয়ে ৷

উল্লেখ্য যে, বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ আৰক্ষী বাহিনীৰ সৰ্বোচ্চ ত্যাগ আৰু বলিদানৰ প্ৰতীক হিচাপে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দেশবাসীৰ বাবে উদ্বোধন কৰিছিল ৷ নতুন দিল্লীৰ চানক্যপুৰীত আজিৰ দিনটোতে দেশবাসীক অৰ্পণ কৰিছিল ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তত্বাৱধানত ইন্টেলিজেন্স ব্যুৰোৰ নেতৃত্বত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) বাহিনীয়ে স্মাৰকটোৰ চোৱাচিতা কৰি আহিছে ৷

লগতে চাওকঃ হাৰিয়ানা নিৰ্বাচন: চোনিপাটত ভোটদান যোগেশ্বৰ দত্তৰ

Intro:Body:

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

1959 চনৰ 21 অক্টোবৰত চীনা সৈনিকৰ আক্ৰমণৰ বলি হৈছিল 20গৰাকীকৈ চিআৰপিএফ বিষয়া তথা জোৱান ৷ ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত লাডাখৰ হট স্পৃং অঞ্চলত চীনা সৈনিকৰ গুলিত নিহত হৈছিল চিআৰপিএফ বাহিনীৰ 10গৰাকীকৈ বিষয়া তথা জোৱান ৷ এইসকল জোৱানৰ স্মৃতিতেই অনুষ্ঠিত হৈ আহিছে ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

নিউজ ডেস্ক, 21 অক্টোবৰঃ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস ৷ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া দেশৰ আৰক্ষী বাহিনীৰ বীৰ শ্বহীদৰ স্মৃতিত প্ৰতিবছৰে 21 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় আৰক্ষী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক কেন্দ্ৰীয়ভাৱে উদযাপন কৰা আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত উপস্থিত হৈ দেশ ৰক্ষাৰ নামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক সোঁৱৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আৰক্ষী স্মৃতি দিৱস উদযাপনক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰি সকলোৱে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ভ্ৰমণ কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, 1959 চনত ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লাডাখস্থিত হট স্পৃং অঞ্চলত চীনা সৈনিকৰ আক্ৰমণৰ বলি হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী অৰ্থাৎ চিআৰপিৰ এটি 20 জনীয়া দল ৷ চীনা সৈনিকৰ আক্ৰমণত দলটোৰ 10গৰাকীকৈ বিষয়া তথা জোৱান শ্বহীদ হোৱাৰ লগতে 7গৰাকীক কাৰায়ত্ত কৰিছিল যদিও পলাই আহিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত নৱেম্বৰ মাহৰ 28 তাৰিখত চীনা সৈনিকে 10গৰাকী চিআৰপিৰ মৃতদেহ ভাৰতক ওভোটাই দিছিল ৷ তাৰ পিচতে উক্ত স্থানতে সম্পূৰ্ণ আৰক্ষী সন্মানেৰে তেওঁলোকৰ মৃতদেহৰ সৎকাৰ কৰা হৈছিল ৷ তেতিয়াৰে পৰাই ভাৰতে 21 অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে উদযাপন কৰি আহিছে ৷

আৰক্ষী স্মৃতি দিৱস উপলক্ষে দেশৰ সকলো ৰাজ্যতে আৰক্ষী বিভাগে উদযাপন কৰে আৰক্ষী স্মৃতি দিৱস ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহেও আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰে ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিআৰপিএফ, এছএছবি, বিএছএফ, আইটিবিপি, চিআইএছএফ, এনএছজি বাহিনীকে ধৰি আই বি আৰু এনআইএ বাহিনীয়ে ৷

উল্লেখ্য যে, বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ আৰক্ষী বাহিনীৰ সৰ্বোচ্চ ত্যাগ আৰু বলিদানৰ প্ৰতীক হিচাপে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দেশবাসীৰ বাবে উদ্বোধন কৰিছিল ৷ নতুন দিল্লীৰ চানক্যপুৰীত আজিৰ দিনটোতে দেশবাসীক অৰ্পন কৰিছিল ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো ৷  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তত্বাৱধানত ইন্টেলিজেন্স ব্যুৰোৰ নেতৃত্বত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) বাহিনীয়ে স্মাৰকটোৰ চোৱাচিতা কৰি আহিছে ৷

Last year, the National Police Memorial was dedicated to the nation. This Memorial is a place of inspiration and gratitude. It reminds us of the valour of our police forces.

Do visit the National Police Memorial whenever possible. pic.twitter.com/DMYFLvi0pB
— Narendra Modi (@narendramodi) October 21, 2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.