ETV Bharat / bharat

পাকিস্তানৰ স্বাৰ্থৰ বাবেহে যোগ্য প্ৰধানমন্ত্ৰী মোডী : কেজৰিৱাল - ETV BHARAT

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে নৰেন্দ্ৰ সিং মোডী সম্পৰ্কত কৰা মন্তব্য সম্পৰ্কে কটাক্ষ কৰিছে আপৰ মুৰব্বী তথা নতুন দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । মোডীতকৈ ভাল প্ৰধানমন্ত্ৰী পাকিস্তানে নাপাব বুলি মন্তব্য কৰে তেওঁ ।

ARVIND KEJRIWAL
author img

By

Published : Apr 13, 2019, 11:25 PM IST

নিউজ ডেস্ক, ১৩ এপ্ৰিল : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত কৰা মন্তব্য লৈ এইবাৰ নিজৰ মতামত আগবঢ়াইছে আম আদমী পাৰ্টি মুৰব্বী অৰবিন্দ কেজৰিৱালে । কেজৰিৱালে কয় যে, আইএছআইক পাঠানকোটত প্ৰৱেশ কৰিবলৈ দিয়া মোডীতকৈ ভাল প্ৰধানমন্ত্ৰী পাকিস্তানে নাপাব । ১৪ ফ্ৰেব্ৰুৱাৰীত সংঘটিত হোৱা পুলৱামা আক্ৰমণ সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰি নতুন দিল্লীৰ মূখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে এই পৰিকল্পনাৰো সঠিক ৰূপায়ন কৰিলে মোডীয়ে ।

ETV BHARAT
ARVIND KEJRIWAL

উল্লেখ্য যে, শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰিছিল যে, বিজেপি পুনৰ ক্ষমতালৈ আহিলে আৰু মোডী জয়ী হ'লেহে ভাৰতৰ সৈতে শান্তি আলোচনা হোৱাৰ সম্ভাৱনা আছে । এই লৈ দুয়ো দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ।

NARENDRA MODI A BETTER PM FOR PAKISTAN : KEJRIWAL

পাকিস্তানৰ স্বাৰ্থৰ বাবেহে যোগ্য প্ৰধানমন্ত্ৰী মোডী : কেজৰিৱাল

নিউজ ডেস্ক, ১৩ এপ্ৰিল : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত কৰা মন্তব্য লৈ এইবাৰ নিজৰ মতামত আগবঢ়াইছে আম আদমী পাৰ্টি মুৰব্বী অৰবিন্দ কেজৰিৱালে । কেজৰিৱালে কয় যে, আইএছআইক পাঠানকোটত প্ৰৱেশ কৰিবলৈ দিয়া মোডীতকৈ ভাল প্ৰধানমন্ত্ৰী পাকিস্তানে নাপাব । ১৪ ফ্ৰেব্ৰুৱাৰীত সংঘটিত হোৱা পুলৱামা আক্ৰমণ সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰি নতুন দিল্লীৰ মূখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে এই পৰিকল্পনাৰো সঠিক ৰূপায়ন কৰিলে মোডীয়ে । 

উল্লেখ্য যে, শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰিছিল যে, বিজেপি পুনৰ ক্ষমতালৈ আহিলে আৰু মোডী জয়ী হ'লেহে ভাৰতৰ সৈতে শান্তি আলোচনা হোৱাৰ সম্ভাৱনা আছে । এই লৈ দুয়ো দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । 

thumbnail_2x1_kej_jpg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.