ETV Bharat / bharat

নাৰ্ছৰ সেৱাত নিয়োজিত মুম্বাইৰ মেয়ৰ কিশোৰী পেদনেকাৰ

মুম্বাইৰ মেয়ৰ কিশোৰী পেদনেকাৰে মহামাৰী COCID-19 ৰ বাবে সেৱা আগবঢ়াইছে । মুম্বাইৰ নায়াৰ হাস্পতালত নাৰ্ছৰূপে যোগদান কৰে মেয়ৰ গৰাকীয়ে ।

author img

By

Published : Apr 27, 2020, 9:41 PM IST

COVID-19
COVID-19: নাৰ্ছৰ সেৱাত নিয়োজিত মুম্বাইৰ মেৱৰ কিশোৰী পেদনেকাৰ

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ মহামাৰী COCID-19 প্ৰতিৰোধী যুঁজৰ বাবে পুনৰ নাৰ্ছিঙৰ পোছাকজোৰ হাতত তুলি লৈছে বৃহানমুম্বাইৰ পৌৰ নিগমৰ মেয়ৰ কিশোৰী পেদনেকাৰে ।

  • This is our Hon. Mayor of Mumbai, @KishoriPednekar ji.She has been working 8am-2am every single day& now has donned her nurse uniform again to serve the city at Nair Hospital.
    Seriously those who have been tweeting disparagingly about her should take lessons. Duty before self. pic.twitter.com/1hXx6AwGnJ

    — Priyanka Chaturvedi (@priyankac19) April 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কিশোৰী পেদনেকাৰে ৰাজনীতিত ভৰি দিয়াৰ আগতে এগৰাকী চিকিৎসা কৰ্মী অৰ্থাৎ নাৰ্ছ আছিল । সেয়েহে মহামাৰী COCID-19 ত আক্ৰান্ত ৰোগীসকলৰ সহায়ৰ বাবে BMC's BYL Nair হাস্পতালত চিকিৎসা কৰ্মীসকলৰ সৈতে সহযোগৰ বাবে আগবাঢ়ি আহে মেয়ৰগৰাকী ।

মেৱৰ পেদনেকাৰে কয় যে, বিগত ১৪ দিনে এজনো ব্যক্তি COCID-19ত আক্ৰান্ত নোহোৱাৰ উপৰিও ২৩১ টা অঞ্চল স্পৰ্শকাতৰ তালিকাৰ পৰা বাদ পৰিছে । আনহাতে, শিৱসেনাৰ দলৰ এগৰাকী নেতায়ে কয় যে, কিশোৰী পেদনেকাৰে নিশাৰ ভাগত হাস্পতালত ৰোগীসকলৰ সেৱাত ব্ৰতী হয় ।

  • Kishori Pednekar, Mayor of Mumbai, has gone back to her profession as medical nurse & joined Nair hospital where she was working before becoming Corporator. Three kudos to her sense of loyalty to her profession & care for the people. ⁦@uddhavthackeray⁩ ⁦@AUThackeraypic.twitter.com/p82Z3kgWUb

    — Bharat Kumar Raut (@BharatkumarRaut) April 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তাৰোপৰি কিশোৰী পেদনেকাৰে টুইটযোগে কয় যে, "AnythingForMumbai* আমি ঘৰৰ পৰা কাম কৰিব নোৱাৰো, সেইবাবে আমি যুদ্ধ ক্ষেত্ৰলৈ আহিছো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.