নেশ্যনেল ডেস্ক, ২৭ এপ্ৰিলঃ মুম্বাইস্থিত প্ৰীতি নগৰৰ প্ৰেছ এনক্লেভৰ হাউচিং চ'ছাইচিৰ সদস্যসকলে দুগৰাকী সংবাদকৰ্মীক উষ্ম আদৰণি জনায় । কিয়নো তেওঁলোক আক্ৰান্ত হৈছিল মাৰাত্মক COVID-19ত । দুয়োগৰাকী সাংবাদিক সুস্থ হৈ হাস্পতালৰ পৰা ঘুৰি আহে আৰু তেওঁলোকৰ COVID-19ৰ দ্বিতীয়টো পৰীক্ষাত নিগেটিভ পোৱা হৈছে ।
মুম্বাইত হাস্পতালৰ পৰা ঘুৰি অহা দুগৰাকী সংবাদকৰ্মীক উষ্ম আদৰণি - সংবাদকৰ্মী
হাস্পতালৰ পৰা ঘুৰি অহা দুগৰাকী সংবাদকৰ্মীক মুম্বাইস্থিত প্ৰীতি নগৰৰ প্ৰেছ এনক্লেভৰ হাউচিং চ'ছাইচিৰ সদস্যসকলে উষ্ম আদৰণি জনায় । উল্লেখ্য যে, দুয়োগৰাকী সংবাদকৰ্মীৰ COVID-19ৰ দ্বিতীয়টো পৰীক্ষাত নিগেটিভ পোৱা হৈছে ।
![মুম্বাইত হাস্পতালৰ পৰা ঘুৰি অহা দুগৰাকী সংবাদকৰ্মীক উষ্ম আদৰণি সংবাদকৰ্মীক উষ্ম আদৰণি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6950926-545-6950926-1587911683418.jpg?imwidth=3840)
সংবাসংবাদকৰ্মীক উষ্ম আদৰণিদকৰ্মীক উষ্ম আদৰণি