ETV Bharat / bharat

অন্ধবিশ্বাস নে অলৌকিকতা ! স্বয়ংক্ৰিয়ভাৱে চলাচল কৰিছে এখন হুইল চেয়াৰ

হিন্দী ছবি তাৰজানৰ সেই বিশেষ গাড়ী খনৰ কথা আপোনাৰ নিশ্চয় মনত আছে ৷ যিকোনো মুহূৰ্ততে গাড়ী খনে স্বয়ংক্ৰিয় ভাৱে চলাচল কৰা আৰম্ভ কৰে ৷ কিন্তু এইবাৰ চিনেমাত নহয়, বাস্তৱত সংঘটিত হৈছে অলৌকিক কাণ্ড ৷ পিছে গাড়ী নহয়, এখন হুইল চেয়াৰ চলাচল কৰিছে স্বয়ংক্ৰিয় ভাৱে ৷

তাৰজানৰ কাৰ খনৰ দৰেই এইবাৰ বাস্তৱত এখন হুইল চেয়াৰে চলাচল কৰিছে স্বয়ংক্ৰিয় ভাৱে
author img

By

Published : Sep 23, 2019, 8:34 PM IST

Updated : Sep 24, 2019, 11:36 PM IST

নিউজ ডেক্স, 24 ছেপ্টেম্বৰঃ চণ্ডীগড়ৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে অলৌকিক ঘটনা ৷ ৰাতি হ'লেই স্বয়ংক্ৰিয় ভাৱে চলাচল কৰা আৰম্ভ কৰে এখন হুইল চেয়াৰে ৷ কোনো ধৰণৰ সহায়ৰ অবিহনে ৰাতি হ'লেই নিজে নিজে হুইল চেয়াৰ খনে চলাচল কৰে ৷ চিকিৎসালয় খনৰ সুৰক্ষাৰ দ্বায়িত্বত থকা নিৰাপত্তাৰক্ষী ওলাই আহি এই দৃশ্য প্ৰত্যক্ষ কৰে ৷ তেওঁৰ সন্মুখতো হুইল চেয়াৰ খনেৰ স্বয়ংক্ৰিয় চলাচল অব্যাহত থাকে ৷ এই দৃশ্য দেখি নিৰাপত্তাৰক্ষী হতবাক ৷

চিকিৎসালয় খনৰ চিচি টিভি কেমেৰাত বন্দী হোৱা এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে ৷ বহুতেই এই কাণ্ডৰ আঁৰত অলৌকিকতা বা ভৌতিক কোনো শক্তিৰ প্ৰভাৱ আছে বুলি ক'ব বিচাৰে ৷ কিন্তু অন্য বহুতে কোনো দুষ্ট চক্ৰই সাধাৰণ লোকক ভয় খুৱাবৰ বাবে এনে কাণ্ড কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

Intro:Body:

पीजीआई चंडीगढ़ में रात के वक्त खुद से चलती व्हीलचेयर का वीडियो वायरल, 45 सेकेंड का है

पीजीआई के नवनिर्मित 334 बेड के हॉस्पिटल के गेट के सामने खुद से चलती व्हीलचेयर के एक वीडियो ने होश उड़ा दिए हैं। जिसने भी यह वीडियो देखा है, वह एक बार सोचने पर जरूर मजबूर हो गया है आखिर बिना किसी बल के वह व्हीलचेयर आगे कैसे बढ़ी। यह वीडियो एक दो दिन पुराना है। वीडियो के मुताबिक, रात में गेट के साइड पर एक व्हीलचेयर है, जो खुद से आगे बढ़ती है और गेट के सामने से गुजर कर आगे निकल जाती है। उस दौरान सिक्योरिटी गार्ड गेट से बाहर निकलता है, जो यह देखकर दंग रह जाता है। वीडियो को देखकर एक बार लगा कि कहीं किसी ने शरारत तो नहीं की है या फिर कोई ऑटोमैटिक व्हीलचेयर तो नहीं थी।

पीजीआई के सिक्योरिटी ऑफिसर ने दोनों ही एंगल से जांच की, मगर कुछ भी नहीं मिला है। कुछ सिक्योरिटी अफसर का कहना है कि दो दिन पहले तेज हवाएं चली थीं। संभव है कि उससे व्हील चेयर आगे बढ़ी हो। अब सवाल यह है कि उसके आसपास भी व्हीलचेयर है, लेकिन वह आगे क्यों नहीं बढ़ी।

फिलहाल, शुक्रवार को यह वीडियो चंडीगढ़ के व्हाट्सऐप पर वायरल रहा और चर्चा का विषय बना रहा। कुछ साल पहले भी इसी तरह का एक वीडियो वायरल हुआ था, जिसमें पोस्टमार्टम हाउस के बाहर पड़ा स्ट्रेचर खुद से चल पड़ा था। काफी दूर तक वह चलता रहा और अपने ही मूव होता रहा। यह वीडियो भी सोशल मीडिया पर खूब वायरल हुआ था।

Conclusion:
Last Updated : Sep 24, 2019, 11:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.