ETV Bharat / bharat

কোনো ক্ৰয় কৰিলে মায়ানগৰীৰ ব্যয়বহুল ফ্লেট? - নীৰজ কোচৰ উদ্যোগপতী

কিছু বছৰ আগতে মুম্বাইৰ BKC ৰ এটি সৰু ঘৰ ১ কোটি টকাত বিক্ৰী হোৱা ঘটনাই সকলোকে হঠচকিত কৰিছিল । বৰ্তমান লক্ ডাউন আৰু কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে মুম্বাইৰ BKC ৰ উক্ত ঘৰৰ বিক্ৰী অব্যাহত আছে । এগৰাকী উদ্যোগপতিয়ে ১৩৬ কোটি ২৭ লাখ টকাত উক্ত অট্ৰালিকাটো ক্ৰয় কৰিছে ।

most-expensive-flat-sold-in-mumbai-the-whopping-amount-of-the-flat-will-astonish-you

author img

By

Published : Jun 28, 2020, 5:20 PM IST

নিউজ ডেস্ক, ২৮ জুন : কিছু বছৰ আগতে মুম্বাইৰ BKC ৰ এটি সৰু ঘৰ ১ কোটি টকাত বিক্ৰী হোৱা ঘটনাই সকলোকে হঠচকিত কৰিছিল । বৰ্তমান লক্ ডাউন আৰু কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে মুম্বাইৰ BKC ৰ উক্ত ঘৰৰ বিক্ৰী অব্যাহত আছে ।

চলিত বৰ্ষটো মুম্বাইৰ সকলোতকৈ ব্যয়বহুল ফ্লেট বিক্ৰী কৰা হৈছে । এগৰাকী উদ্যোগপতীয়ে ১৩৬ কোটি ২৭ লাখ টকাত ফ্লেটটো ক্ৰয় কৰিছে ।

যি সময়ত সমগ্ৰ দেশে কৰ'ণা মহামাৰীৰ সৈতে যুঁজি থাকিব লগা হৈছে তেনে সময়ত মুম্বাইত এই বৃহৎ ধনৰ লেনদেনৰে এই ফ্লেট ক্ৰয় কৰি আশাৰ ৰেঙনী কঢ়িয়াই আনিছে । উদ্যোগপতি নীৰজ কোচৰ আৰু কণিকা ধ্ৰুৱ কোচৰে উক্ত ফ্লেটটো ক্ৰয় কৰিবলৈ সক্ষম হৈছে ।

নীৰজ কোচৰ হৈছে বিৰাজ প্ৰোফাইল লিমিটেডৰ অধ্যক্ষ য'ত ভাৰতৰ অগ্ৰণী ষ্টিল নিৰ্মাণ কৰা হয় । যি গৰাকী ব্যক্তিয়ে লক্ ডাউন দিয়াৰ ৩ দিন পূৰ্বে ফ্লেটটো ক্ৰয় কৰাৰ বাবে পঞ্জীয়ন কৰিছিল । ইয়াৰ পূৰ্বেও কোচৰ পৰিবাৰে লোয়াৰ পাৰেলেৰ ইণ্ডিয়া ব্ৰলুচ টাৱাৰত ৪ টা ফ্লে'ট ক্ৰয় কৰিছিল ।

most-expensive-flat-sold-in-mumbai-the-whopping-amount-of-the-flat-will-astonish-you
কোনো ক্ৰয় কৰিলে মায়ানগৰীৰ ব্যয়বহুল ফ্লেট?

উল্লেখযোগ্য যে, নীৰজ পৰিবাৰে ২০১৩ বৰ্ষত ১২০ কোটি ব্যয়ৰে এটা ফ্লে'ট ক্ৰয় কৰিবলৈ সক্ষম হৈছিল । লগতে ২০১৮ বৰ্ষত আৰ কে ষ্টুডিঅৰ ক্ষেত্ৰত ২৫০ কোটি টকাৰ বৃহৎ লেনদেন কৰিছিল । তাৰ পৰৱৰ্তী ২০২০ বৰ্ষৰ মাৰ্চ মাহত কোচৰ পৰিয়ালে সৰ্বাধিক ব্যয়বহুল লেনদেন কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.