ETV Bharat / bharat

নতুন দিল্লীত 30 কোটি টকাৰ হেৰ'ইন জব্দ

author img

By

Published : Sep 14, 2019, 2:35 PM IST

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকা 6গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় 'নাৰ্কোটিকছ কন্ট্ৰ'ল ব্যুৰো'ৱে ৷ অভিযানকাৰী দলটোৱে লোককেইজনৰ পৰা ভাৰতীয় টকাৰ হিচাপত 30 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা লোককেইজন আফগানিস্তানৰ বাসিন্দা বুলি জনাইছে এনচিবিয়ে ৷

নতুন দিল্লীত জব্দ 30 কোটি টকাৰ হেৰ'ইন

নিউজ ডেস্ক, 14 চেপ্তেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় 'নাৰ্কোটিক কন্ট্ৰ'ল ব্যুৰো'ৱে লাভ কৰিছে বিশেষ সফলতা ৷ শনিবাৰে নতুন দিল্লীত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিভাগৰ অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছয়গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷

বিভাগে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পাঁচগৰাকী আফগানিস্তানৰ বাসিন্দা হোৱাৰ বিপৰীতে এগৰাকী নাইজেৰিয়াৰ বাসিন্দা ৷ নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পেটৰ ভিতৰত লুকাই আনিছিল নিষিদ্ধ ড্ৰাগছ ৷ লোককেইজনৰ পৰা বিভাগে 1.8 কিলোগ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে লোককেইজনৰ তথ্যৰ ভিত্তিতে আন এগৰাকী নাইজেৰিয়ান লোকক 6.020 কিলোগ্ৰাম হেৰ'ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷

নতুন দিল্লীত জব্দ 30 কোটি টকাৰ হেৰ'ইন

এনচিবিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আফ্ৰিকাৰ পৰা মধ্যপ্ৰাচ্যৰ মাজেৰে ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ কৰা হয় এই নিষিদ্ধ হেৰ'ইন ৷ নতুন দিল্লীস্থিত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত চলাই আহিছিল এই ড্ৰাগছৰ ছিণ্ডিকেট ৷ চক্ৰৰ সৈতে এটা বৃহৎ দল জড়িত থকাৰ কথা প্ৰকাশ কৰিছে অভিযানকাৰী বাহিনীয়ে ৷ এনচিবিয়ে আটাইকেইগৰাকী লোকক নিজৰ জিম্মাত লোৱাৰ লগতে ধাৰাবাহিকভাৱে জেৰা অব্যাহত ৰাখিছে ৷ লোককেইজনৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য ভাৰতীয় টকাৰ হিচাপত 30 কোটি টকা হ'ব বুলি জনাইছে অভিযানকাৰী দলটোৱে ৷

Intro: नशीली दवाओं के नियंत्रण ब्यूरो द्वारा नारकोटिक्स कंट्रोल ब्यूरो द्वारा अंतरराष्ट्रीय ड्रग सिंडिकेट्स पर विशेष जोर देने के साथ निरंतर संचालन ने सफलता हासिल की है जिसके परिणामस्वरूप एक अफगान-नाइजीरियाई हेरोइन कार्टेल का भंडाफोड़ हुआ है जो नई दिल्ली क्षेत्र में संचालित किया जा रहा था।

Body:इनपुट विश्वसनीय स्रोत से प्राप्त हुआ था कि एक संदिग्ध अफगान नागरिक नई दिल्ली से कंधार, अफगानिस्तान होते हुए कंट्राबैंड पहुंच रहा था। तुरंत, एनसीबी दिल्ली जोनल यूनिट ने हवाई अड्डे पर निगरानी रखी, संदिग्ध की पहचान की और उससे गहन पूछताछ की। चेतावनी एनसीबी की टीम ने दो और अफगान नागरिकों को चिह्नित किया, जिनकी चाल संदिग्ध पाई गई। हालांकि उनके सामान की खोज में कोई विरोधाभास नहीं था, लेकिन जब उन्हें चिकित्सा जांच के अधीन किया गया, तो उनके पेट में विदेशी पदार्थ की उपस्थिति का पता चला। तीनों संदिग्धों को अस्पताल में भर्ती कराया गया और चिकित्सकीय देखरेख में कुल 253 छर्रों से युक्त अफगान हेरोइन बरामद की गई। हेरोइन का कुल वजन 1.8 किलोग्राम पाया गया था। अनुवर्ती कार्रवाई में, एक और अफगान नागरिक को दिल्ली से गिरफ्तार किया गया था जो अफगान यात्रियों से हेरोइन की खेप प्राप्त करने वाला था।

आगे की पूछताछ और त्वरित अनुवर्ती कार्रवाई ने नई दिल्ली के वसंत कुंज क्षेत्र से एक नाइजीरियाई नागरिक को पकड़ा और नाइजीरियाई के घर की तलाशी के कारण 6.020 किलोग्राम हेरोइन की बरामदगी हुई। एक अन्य नाइजीरियाई नागरिक को भी उत्तम नगर इलाके में 488 ग्राम हेरोइन के साथ पकड़ा गया था। सिंडिकेट के अन्य नोड्स की पहचान करने और उन्हें पकड़ने का प्रयास किया जा रहा है।

Conclusion:यह सफल ऑपरेशन अंतरराष्ट्रीय ड्रग नेटवर्क विशेषकर अफगान हेरोइन आपूर्ति नेटवर्क पर NCB के बढ़ते फोकस का परिणाम है जो नाइजीरियाई ड्रग ट्रैफिकर्स के साथ मिलकर काम कर रहे हैं। यह देखा गया है कि ज्यादातर अफगानिस्तान से उत्पन्न हेरोइन को सामान, विभिन्न वस्तुओं और विभिन्न मामलों में दवा की खच्चरों द्वारा निगलने के विभिन्न तरीकों द्वारा दुनिया के अन्य हिस्सों में तस्करी की जाती है। भारत न केवल एक बाजार है, बल्कि दूर देशों तक ड्रग्स के लिए जाने के लिए देश को पार करता है, अफगानिस्तान में स्थित ऐसे हेरोइन सिंडिकेट्स ने अनजाने में भारत के लिए हेरोइन की तस्करी करने की कोशिश की है। अवैध ड्रग सिंडिकेट में शामिल अन्य व्यक्तियों की पहचान के लिए विदेशी अधिकारियों के साथ समन्वय में आगे की जांच की जा रही है। जब्त कंट्राड के अंतर्राष्ट्रीय दवा बाजार में सड़क का मूल्य अधिक है जो कि 30 करोड़ रुपये है।
 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.