ETV Bharat / bharat

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Nov 22, 2020, 9:59 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জি-20 সন্মিলনত অংশগ্ৰহণ ৷ ভাষণ প্ৰসংগত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷

Modi focuses on fight against climate change at G20 event
জি-20 সন্মিলনত অংশগ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 22 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জি-20 অনুষ্ঠানত অংশগ্ৰহণ কৰি জলবায়ু পৰিবৰ্তনৰ ওপৰত নিজৰ মত ব্যক্ত কৰে ৷ লগতে, প্ৰধানমন্ত্ৰীয়ে দাবী কৰি কয় যে, উন্নয়নশীল দেশসমূহক প্ৰযুক্তি আৰু বিত্তৰ অধিক সমৰ্থন থাকিলেহে সমগ্ৰ বিশ্ব দ্ৰুতগতিত আগবাঢ়িব পাৰিব ৷ প্ৰধানমন্ত্ৰীয়ে আকৌ ভাষণ প্ৰসংগত কয় যে, ভাৰতে বৰ্তমানে পেৰিছ চুক্তিৰ লক্ষ্য পূৰণ কৰি থকাই নহয়, সেইবোৰ অতিক্ৰম কৰি কাম কৰি থকা বুলি মন্তব্য প্ৰদান কৰিছে ৷

আনহাতে, প্ৰধানমন্ত্ৰীয়ে মানৱতাৰ উন্নতিৰ বাবে প্ৰতিজন ব্যক্তি সফল হ'ব লাগিব ৷ শ্ৰমিকক কেৱল উৎপাদনৰ কাৰক হিচাপে চোৱাৰ পৰিৱৰ্তে প্ৰতিজন শ্ৰমিকক মানৱীয় সন্মানৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : ‘নাগৰিকৰ স্বাধীনতা এনদৰে খৰ্ব কৰিব নোৱাৰে’- উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.