ETV Bharat / bharat

মোডীৰ মন্ত্ৰীসভাত কোনে পাব কি দ্বায়িত্ব ?

মোডীৰ লগতে ৫৭ গৰাকী সাংসদে শপত বাক্য পাঠ কৰাৰ পিচতে বিভিন্ন মহলত চৰ্চিত হৈছে মোডী মন্ত্ৰীসভাৰ সাম্ভাব্য তালিকা

শপতগ্ৰহণৰ পিচতে মোডী মন্ত্ৰীসভাৰ সাম্ভাব্য তালিকা
author img

By

Published : May 31, 2019, 9:34 AM IST

Updated : May 31, 2019, 10:41 AM IST

দিল্লী, ৩১ মে': কেইদিনমান পূৰ্বে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে বৃহৎ জয় লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত শপতগ্ৰহণ কৰে মোডীৰ লগতে আন বহু নেতাই । মোডীৰ লগতে ৫৭ গৰাকী সাংসদে শপত বাক্য পাঠ কৰাৰ পিচতে বিভিন্ন মহলত চৰ্চিত হৈছে মোডী মন্ত্ৰীসভাৰ সাম্ভাব্য তালিকা । কোন কোন নেতাৰ নাম অন্তৰ্ভূক্ত আছে চাঁও আহকঃ

  • ৰাজনাথ সিঙক গৃহ বিভাগৰ দায়িত্বত থকাৰ সম্ভাৱনা
  • অমিত স্বাহক বিত্ত বিভাগৰ দায়িত্বত অৰ্পণ কৰাৰ সম্ভাৱনা
  • নিতীন গাডকাৰীক পথ পৰিবহন দপ্তৰ
  • ডিভি সদান্দ গৌড়াক পৰিসংখ্যা মন্ত্ৰণালয়ৰ দায়িত্ব
  • নিৰ্মলা সিতাৰমনক প্ৰতিৰক্ষা মন্ত্ৰণালয়
  • এছ জয় শংকৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়
  • স্মৃতি ইৰাণীক মহিলা আৰু শিশু কল্যান মন্ত্ৰণালয়
  • নৰেন্দ্ৰ সিং টোমাৰক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু
  • থাৱাৰ চন্দ গেহলটক সামাজিক ন্যায় আৰু সৱলীকৰণ

Last Updated : May 31, 2019, 10:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.