ETV Bharat / bharat

আইজলত দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন উপ মুখ্যমন্ত্ৰী টাউনলুইয়াৰ

author img

By

Published : Dec 4, 2020, 7:21 PM IST

মিজোৰামৰ ৰাজধানী আইজলৰ ৰামলান চাউথ হাইস্কুলত এটি দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মিজোৰামৰ উপ মুখ্যমন্ত্ৰী টাউনলুইয়াই ৷ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগৰ অধীনত প্ৰায় 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা হ’ব এই দক্ষতা বিকাশ কেন্দ্ৰটো ৷

Mizoram Deputy CM laid foundation stone of Multi-Utility Centre
আইজলত দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন উপ মুখ্যমন্ত্ৰী টাউনলুইয়াৰ

মিজোৰাম,4 ডিচেম্বৰঃ মিজোৰামৰ ৰাজধানী আইজলৰ ৰামলান চাউথ হাইস্কুলত এটি দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মিজোৰামৰ উপ মুখ্যমন্ত্ৰী টাউনলুইয়াই ৷ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগৰ অধীনত প্ৰায় 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা হ’ব এই দক্ষতা বিকাশ কেন্দ্ৰটো ৷ ছয় মহলীয়া এই অট্টালিকাটোৰ প্ৰথম তিনিটা মহলা ইউটিলিটি কক্ষ হিচাপে ব্যৱহাৰ কৰা হ’ব ৷ এটা মহলা সভাকক্ষ হিচাপে ব্যৱহাৰ কৰা হ’ব আৰু এটা মহলা দুচকীয়া আৰু চাৰি চকীয়া বাহনৰ পাৰ্কিঙৰ বাবে ব্যৱহাৰ কৰা হ’ব ৷

এই অনুষ্ঠানত মিজোৰামৰ 23 খনকৈ গাঁৱক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন কাম হাতত লোৱাৰ বাবে নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগক প্ৰসংশা আগবঢ়ায় উপ মুখ্যমন্ত্ৰী টাউনলুইয়াই ৷ তেখেতে আৰু কয় যে, বিভাগটোৱে কেৱল এই নগৰ সমূহৰ বিকাশৰ বাবে কাম কৰা নাই, ইয়াৰ বিপৰীতে সমগ্ৰ সম্প্ৰদায়টোৰ উন্নয়নৰ বাবে কাম কৰিছে ৷

লগতে পঢ়ক-মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.