ETV Bharat / bharat

ক্ৰমাৎ হ্ৰাস পাইছে দিল্লীৰ প্ৰদূষণ

author img

By

Published : Jun 23, 2020, 3:50 PM IST

বিগত কেইটামানদিন ধৰি ক্ৰমাৎ প্ৰদূষণ হ্ৰাস পাইছে ৰাজধানী দিল্লীত । একেৰাহে বৰষুণ আহি থকাৰ বাবেই দিল্লীত প্ৰদূষণ হ্ৰাস পাইছে বুলি সদৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই ।

দিল্লী
ক্ৰমাৎ হ্ৰাস পাইছে দিল্লীৰ প্ৰদূষণ

নিউজ ডেস্ক,২৩ জুনঃ বিগত কেইটামানদিন ধৰি একেৰাহে বৰষুণ হৈ আছে ৰাজধানী দিল্লীত । যাৰ বাবে দিল্লীবাসীক যন্ত্ৰণা দি অহা প্ৰদূষণ বতাহৰ লগত মিলিত হ'ব পৰা নাই । ফলত দিল্লীৰ প্ৰদূষণ হ্ৰাস পাইছে বুলি উল্লেখ কৰে দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই । লগতে বিগত কিছুদিনৰ পৰা দিল্লীত সামান্য পৰিমাণে বতাহৰ গতি বৃদ্ধি হৈছে বুলিও সদৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াই ।

লগতে আগন্তক কিছুদিনলৈকে দিল্লীৰ পৰিৱেশ সন্তোষজনক হ'ব বুলি সদৰি কৰাৰ উপৰিও দিল্লীত পুনৰ বৰষুণ আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.