ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনাৰ গুলিত নিহত সন্ত্ৰাসবাদী

নিহত সন্ত্ৰাসবাদীটোৰ পৰা সেনাৰ দলে এটা এ কে চিৰিজৰ ৰাইফল আৰু দুটা বেগ উদ্ধাৰ কৰে ৷

author img

By

Published : Nov 8, 2020, 3:33 PM IST

Suspicious move of unidentified persons detected, one militant eliminated
জম্মু-কাশ্মীৰত সেনাৰ গুলিত নিহত সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰ, 8 অক্টোবৰ : জম্মু-কাশ্মীৰৰ মাচিল ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অবৈধভাবে প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে সেনাৰ গুলিত নিহত হয় এজন সন্ত্ৰাসবাদী ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল ৰাজেশ কলীয়াই দেওবাৰে সদৰি কৰে এই কথা ।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰজনে উল্লেখ কৰা অনুসৰি 8 নৱেম্বৰৰ নিশা 1 বজাত সন্ত্ৰাসবাদীটোৱে সীমান্তৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে সেনাৰ এটা টহলদাৰী দলে দেখা পাই বাধা দিবলৈ চেষ্টা কৰে ৷ ইয়াৰ পাছত দুয়ো পক্ষৰ মাজত হোৱা গুলিয়াগুলিত নিহত হয় এজন সন্ত্ৰাসবাদীটোৰ ৷ নিহত সন্ত্ৰাসবাদীজনৰ পৰা সেনাৰ দলে এটা এ কে চিৰিজৰ ৰাইফল আৰু দুটা বেগ উদ্ধাৰ কৰে ৷ বৰ্তমান ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সেনাৰ দলে ।

লগতে পঢ়ক: এল কে আদৱানীক জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.