ETV Bharat / bharat

ভাৰত-পাকিস্তান সীমান্তত দুৰ্ঘটনাগ্ৰস্ত মিগ-২১ - बीकानेर

কথমপি প্ৰাণ ৰক্ষা পাইলটৰ

ভাৰত-পাকিস্তান সীমান্তত দুৰ্ঘটনাগ্ৰস্ত মিগ-২১
author img

By

Published : Mar 8, 2019, 9:45 PM IST

নিউজ ডেস্ক, ৮ মাৰ্চঃ শুকুৰবাৰে ভাৰত-পাকিস্তান সীমান্তৰ শোভাচৰত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান । নিয়মীয়া উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন । বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰকথা সদৰী কৰে বিকানেৰৰ কালেক্টৰ কুমাৰ পাল গৌতমে ।

ভাৰত-পাকিস্তান সীমান্তত দুৰ্ঘটনাগ্ৰস্ত মিগ-২১

অৱশ্যে এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পাইলট জনৰ । কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ল তাৰ ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে বায়ু সেনাই । কিন্তু প্ৰত্যক্ষদৰ্শীৰ মতে চৰাইৰ খুন্দাৰ ফলতেই বিমানখন দুৰ্ঘটনাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে । ঘটনাস্থলীত বায়ু সেনা আৰু আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে ।

Intro:बीकानेर बीकानेर के विश्वास थाना क्षेत्र में नाल एयरवेज के पास आज एक मिग-21 विमान क्रैश हो गया हालांकि विमान के क्रेश होने के पहले विमान के पायलट सुरक्षित बच गए हैं जिस जगह विमान गिरा है, वह खुली आबादी क्षेत्र है लेकिन घटनास्थल के पास एक टाउनशिप है जो डवलप की जा रही है और घटना की सूचना मिलने के बाद पुलिस और प्रशासन के तमाम आला अधिकारी और सेना के अधिकारी मौके पर पहुंच गए हैं

Body:फिलहाल सेना के अधिकारी मौके पर है और किसी को विमान के पास नही जाने दे रहे।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.