ETV Bharat / bharat

ৰাজীৱ গান্ধী ফাউণ্ডেশ্বনৰ বিৰুদ্ধে তদন্তৰ বাবে বিশেষ কমিটি গঠন

author img

By

Published : Jul 8, 2020, 2:52 PM IST

ৰাজীৱ গান্ধী ফাউণ্ডেশ্বনৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাখনো আইন উলংঘনৰ অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছে এখন বিশেষ কমিটি ।

Rajiv Gandhi Foundation
MHA sets up committee to investigate violation of laws by Rajiv Gandhi Foundation

নিউজ ডেস্ক, ৮ জুলাইঃ ৰাজীৱ গান্ধী ফাউণ্ডেশ্বন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট ( Rajiv Gandhi Charitable Trust) আৰু ইণ্ডিৰা গান্ধী মেম'ৰিয়েল ট্ৰাষ্টৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাখনো আইন উলংঘনৰ অভিযোগ । তিনিও ন্যাসৰ বিৰুদ্ধে পিএমএলএ ( Prevention of Money Laundering Act), আয়কৰ আইন (Income Tax Act) আৰু এফচিআৰএ (Foreign Contribution Regulations Act)ৰ বিভিন্ন আইন উলংঘনৰ অভিযোগ উত্থাপিত হৈছিল ।

  • MHA sets up inter-ministerial committee to coordinate investigations into violation of various legal provisions of PMLA, Income Tax Act, FCRA etc by Rajiv Gandhi Foundation, Rajiv Gandhi Charitable Trust & Indira Gandhi Memorial Trust.

    Spl. Dir of ED will head the committee.

    — Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) July 8, 2020 " class="align-text-top noRightClick twitterSection" data="

MHA sets up inter-ministerial committee to coordinate investigations into violation of various legal provisions of PMLA, Income Tax Act, FCRA etc by Rajiv Gandhi Foundation, Rajiv Gandhi Charitable Trust & Indira Gandhi Memorial Trust.

Spl. Dir of ED will head the committee.

— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) July 8, 2020 ">

উত্থাপিত হোৱা এই অভিযোগৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছে এখন বিশেষ কমিটি । গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ইডি (Enforcement Directorate)য়ে এই বিশেষ কমিটিখনৰ নেতৃত্ব দিব বুলি জানিব পৰা গৈছে ।

নিউজ ডেস্ক, ৮ জুলাইঃ ৰাজীৱ গান্ধী ফাউণ্ডেশ্বন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট ( Rajiv Gandhi Charitable Trust) আৰু ইণ্ডিৰা গান্ধী মেম'ৰিয়েল ট্ৰাষ্টৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাখনো আইন উলংঘনৰ অভিযোগ । তিনিও ন্যাসৰ বিৰুদ্ধে পিএমএলএ ( Prevention of Money Laundering Act), আয়কৰ আইন (Income Tax Act) আৰু এফচিআৰএ (Foreign Contribution Regulations Act)ৰ বিভিন্ন আইন উলংঘনৰ অভিযোগ উত্থাপিত হৈছিল ।

  • MHA sets up inter-ministerial committee to coordinate investigations into violation of various legal provisions of PMLA, Income Tax Act, FCRA etc by Rajiv Gandhi Foundation, Rajiv Gandhi Charitable Trust & Indira Gandhi Memorial Trust.

    Spl. Dir of ED will head the committee.

    — Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) July 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উত্থাপিত হোৱা এই অভিযোগৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছে এখন বিশেষ কমিটি । গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ইডি (Enforcement Directorate)য়ে এই বিশেষ কমিটিখনৰ নেতৃত্ব দিব বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.