ETV Bharat / bharat

ভয়ংকৰ বানৰ কৱলত সমগ্ৰ বিহাৰ - নীতিশ কুমাৰ

প্ৰৱল বৃষ্টিপাতৰ ফলত জলমগ্ন সমগ্ৰ বিহাৰ ৷ সমগ্ৰ অঞ্চল পানীত ডুব যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত ৷ বানৰ ফলত পুনৰবাৰ ডুব যায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ প্ৰকল্প লোহিয়াৰ পথ ৷

ভয়ংকৰ বানৰ কৱলত সমগ্ৰ বিহাৰ
author img

By

Published : Sep 28, 2019, 11:54 PM IST

পাটনা, 28 আগষ্টঃ প্ৰৱল বৃষ্টিপাতৰ ফলত জলমগ্ন সমগ্ৰ বিহাৰ ৷ ৰাজধানী চহৰ পাটনাৰ বহু অঞ্চল পানীৰ তলত ৷ চম্পাৰণ অঞ্চলত বান পৰিস্থিতি অধিক ভয়াৱহ । সমগ্ৰ অঞ্চল পানীত ডুব যোৱাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত ৷ ৰাইজে ভুগিবলগীয়া হৈছে ভয়ংকৰ দুৰ্ভোগ ৷ ৰেল লাইনত পানী ভৰাৰ ফলত ৰেল সেৱা ব্যাহত ৷ বানৰ ফলত পুনৰবাৰ ডুব যায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ প্ৰকল্প লোহিয়াৰ পথ ৷ উল্লেখ্য যে যোৱাবছৰো মুষলধাৰ বৰষুণৰ ফলত ডুব গৈছিল লোহিয়া প্ৰকল্পৰ পথ ৷ বানপানীৰ ফলত সমগ্ৰ ৰাজ্যখনতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চৰকাৰ আৰু প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷

Intro:Body:

BIHAR MASSIVE FLOOD

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.