ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক AIIMS ত ভৰ্তি - AIIMS

এইমছৰ cardio-thoracic ৱাৰ্ডত চিকিৎসকৰ নিৰিক্ষণত ৰখা হৈছে 87 বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক

AIIMS
AIIMS ত ভৰ্তি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং
author img

By

Published : May 10, 2020, 11:08 PM IST

নেশ্বনেল ডেক্স, 10মে'ঃ অসুস্থতাৰ বাবে দেওবাৰে বিয়লি এইমছত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক

এইমছৰ cardio-thoracic ৱাৰ্ডত চিকিৎসকৰ নিৰিক্ষণত ৰখা হৈছে 87 বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক

এইমছৰ কাৰ্ডিঅলজি বিভাগৰ অধ্যাপক ডা৹ নিতিশ নাইকৰ তত্বাবধানত চিকিৎসা আগবঢ়োৱা হৈছে ড৹ সিঙক

ড৹ মনমোহন সিং দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ এগৰাকী জেষ্ঠ নেতা হোৱাৰ লগতে ৰাজস্থাৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী ৰাজ্যসভাৰ সাংসদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.