ETV Bharat / bharat

কোন কোন নেতা উপস্থিত নাথাকে মোডীৰ সৰ্বদলীয় বৈঠকত ?

লোকসভা আৰু ৰাজ্যসভাত এজনকৈ হ'লেও সদস্য থকা প্ৰতিটো ৰাজনৈতিক দলকে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকলৈ আমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

author img

By

Published : Jun 19, 2019, 1:48 PM IST

কোন কোন নেতা উপস্থিত নাথাকে মোডীৰ সৰ্বদলীয় বৈঠকত ?

নিউজ ডেস্ক, 19 জুন : নৰেন্দ্ৰ মোডীয়ে আয়োজন কৰা সৰ্বদলীয় ৰাজনৈতিক বৈঠকত উপস্থিত নাথাকে মমতা বেনাৰ্জী, এম কে ষ্টালিন, কে চন্দ্ৰশেখৰ ৰাও আৰু চন্দ্ৰবাবু নাইডু৷

লোকসভা আৰু ৰাজ্যসভাত এজনকৈ হ'লেও সদস্য থকা প্ৰতিটো ৰাজনৈতিক দলকে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকলৈ আমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ বিভিন্ন ৰাজনৈতিক কাৰ্যপন্থা বিশেষতৈ 'ওৱান নেশ্বন ওৱান ইলেক্সচন' অৰ্থাৎ এক ৰাষ্ট্ৰ এক নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰে বুধবাৰে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷

উল্লেখ্য যে, এই বৈঠকত উপস্থিত নাথাকে বুলি পূৰ্বেই সংবাদ মেলযোগে অৱগত কৰিছিল কে চন্দ্ৰশেখৰ ৰাৱে৷ আনহাতে বৈঠকত উপস্থিত নাথাকে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীলৈ পত্ৰযোগে অৱগত কৰিছিল মমতা বেনাৰ্জীয়েও৷ এক ৰাষ্ট্ৰ এক নিৰ্বাচন সন্দৰ্ভত সংবিধানে প্ৰদান কৰা কৰ্তব্য পালন কৰি যাব বুলি কৈ এই বৈঠকৰ কোনো প্ৰয়োজনীয়তা নাই বুলিও প্ৰকাশ কৰিছিল বিৰোধীয়ে৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.