ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত পুনৰ দেবেন্দ্ৰ ফাড়নাৱিছ

author img

By

Published : Nov 23, 2019, 8:58 AM IST

Updated : Nov 23, 2019, 2:58 PM IST

মুখ্যমন্ত্ৰীৰ আসনত দেবেন্দ্ৰ ফডনাভিজ

08:46 November 23

মাজনিশা হ’ল অংক; মুখ্যমন্ত্ৰীৰ আসনত দেবেন্দ্ৰ ফাড়নাৱিছ

নেশ্যনেল ডেক্স, 23 নৱেম্বৰঃ মাজনিশা হ’ল অংক ৷ মুখ্যমন্ত্ৰীৰ আসনত দেবেন্দ্ৰ ফাড়নাৱিছ ৷ উপ মুখ্যমন্ত্ৰীৰ আসনত অজিত পাৱাৰ ৷

মহাৰাষ্ট্ৰত শনিবাৰে পুৱায়ে সকলোকে আচৰিত কৰি সন্মুখলৈ আহিল বিজেপি-এন চি পিৰ মিত্ৰজোঁট ৷ দেশৰ ৰাজনীতিত নজিৰবিহীন ঘটনা ৷ শুক্ৰবাৰে বিয়লিলৈকে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছিল উদ্ধৱ ঠাকৰেয়ে, কিন্তু পুৱালৈ যেন সকলো সলনি হৈ গ’ল ৷ মহাৰাষ্ট্ৰৰ লগতে দেশবাসীয়ে দেখিবলৈ পালে এক নতুন ৰাজনৈতিক সমিকৰণ ৷ সকলোকে আচৰিত কৰি পোহৰলৈ আহিল বিজেপি- এন চি পিৰ মিত্ৰজোঁট ৷ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰিয়ে ফাড়নাৱিছে কয় যে, শিৱ সেনা আৰু বিজেপিৰ মিত্ৰজোঁটক ৰাইজে নিজৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰিলে কিন্তু ৰাইজৰ জনমতক সমৰ্থন নজনাই শিৱ সেনায়ে মিত্ৰজোঁট ভাঙি বিকল্পৰ সন্ধান কৰিছিল ৷ 
 
শপতগ্ৰহনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছক ৷ 

Intro:Body:

MAHARSTRA ELECTION

Conclusion:
Last Updated : Nov 23, 2019, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.