ETV Bharat / bharat

ধন নথকা প্ৰৱজক শ্ৰমিকৰ পৰিবহণ ব্যয় বহন কৰিব মহাৰাষ্ট্ৰ চৰকাৰে

author img

By

Published : May 11, 2020, 12:50 PM IST

মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত । মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ব্যয় কৰা হ'ব এই ধন ।

ধন নথকা প্ৰৱজক শ্ৰমিকৰ পৰিবহণ ব্যয় বহন কৰিব মহাৰাষ্ট্ৰ চৰকাৰে
ধন নথকা প্ৰৱজক শ্ৰমিকৰ পৰিবহণ ব্যয় বহন কৰিব মহাৰাষ্ট্ৰ চৰকাৰে

নিউজ ডেস্ক, 11 মে': দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰে সিন্ধান্ত লয় যে, যি সকল শ্ৰমিকে নিজৰ গৃহ ৰাজ্যলৈ যাব বিচাৰে অথচ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাই, তেনে লোকৰ পৰিবহণ ব্যয় বহন কৰিব মহাৰাষ্ট্ৰ চৰকাৰে ।

এই সম্পৰ্কে চৰকাৰে ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰিছে । শ্ৰমিক সকলে এই সুবিধা ল'বলৈ নিকটৱৰ্তী আৰক্ষী চকীত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু প্ৰশাসনৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰিব লাগিব । এই দায়িত্ব জিলা দণ্ডাধীশে ল'ব ।

এই ক্ষেত্ৰত যোগ্যতা থকা শ্ৰমিক সকলৰ যাত্ৰাৰ বাবে ভ্ৰমণ ব্যয়ৰ তথ্যৰ বাবে ভাৰতীয় ৰে'লৱেলৈ অনুৰোধ প্ৰেৰণ কৰিব আৰু এই হিচাপ অনুসৰি মুখ্যমন্ত্ৰীৰ সাহয্য পুঁজিৰ পৰা এই ধন প্ৰেৰণ কৰা হ'ব ।

আনহাতে আন ৰজ্যৰ পৰা মহাৰাষ্ট্ৰলৈ আহিব বিছৰা লোক সকলেওঁ একে ধৰণেৰে নাম পঞ্জীয়ন কৰাই নিজ ৰাজ্যলৈ চৰকাৰে সাহায্যত উভতিব পাৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.