ETV Bharat / bharat

২ বছৰীয়া সন্তানক ঘৰত এৰি এগৰাকী চেনিটাইজ কৰ্মীৰ কৰ্তব্য পৰায়ণতা

মহাৰাষ্ট্ৰত পোহৰলৈ আহিছে এগৰাকী চেনিটাইজ কৰ্মীৰ দেশৰ প্ৰতি কৰ্ম নিষ্ঠা তথা কৰ্তব্য পৰায়ণতাৰ কথা । নিজৰ দুই বছৰীয়া শিশুক আইতাকৰ কাষত এৰি নিতৌ COVID-19 ৰ পৰিস্কাৰ-পৰিচন্নতা কৰ্মত নিয়োজিত হৈছে এগৰাকী চেনিটাইজ কৰ্মী ।

author img

By

Published : May 11, 2020, 4:15 PM IST

Maharashtra sanitation worker chooses COVID-19 duty over 2-yr-old daughter every day

মহাৰাষ্ট্ৰ, ১১ মে': মহাৰাষ্ট্ৰৰ হিংগলী জিলাৰ এগৰাকী BMC চেনিটাইজ কৰ্মীৰ প্ৰৰেণাদায়ক প্ৰশংসনীয় কাম । নিজৰ দুই বছৰীয়া কন্যা শিশুক আইতাকৰ কাষত এৰি প্ৰতিদিনেই নিষ্ঠাৰে COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ চহৰখনৰ বিভিন্ন ঠাই পৰিস্কাৰ-পৰিচন্নতা কৰাত নিয়োজিত হৈ আছে এগৰাকী চেনিটাইজ কৰ্মী । চেনিটাইজ কৰ্মী গৰাকীৰ নাম হৈছে পূজা বলৱন্ত।

পূজাই প্ৰত্যেক দিনাই পুৱা ৫ বজাত উঠি দিনটোৰ কৰ্মৰ বাবে নিজকে সাজু কৰে । ইয়াৰ লগে-লগে প্ৰত্য়েক দিনাই নিজৰ লগতে পৰিয়াললৈও সংক্ৰমণৰ ভাবুকি কঢ়িয়াই আনিছে নিষ্ঠাৱান কৰ্মীগৰাকীয়ে ।

এগৰাকী চেনিটাইজ কৰ্মীৰ কৰ্তব্য পৰায়ণতা

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত পূজাই কয়, মোৰ কন্য়াই মোৰ পৰা আঁতৰি থাকিব নোৱাৰে । যেতিয়াই কৰ্মৰ বাবে বাহিৰ হও, তেতিয়াই মোক সাৱতি ধৰে । COVID- ১৯ ৰ সংক্ৰমণৰ প্ৰভাৱৰ বাবে মোক বাহিৰলৈ যাবলৈ মানা কৰে । কিন্তু চৰকাৰক সংক্ৰমণ ৰোধ কৰিবলৈ মানুহৰ প্ৰয়োজন । এবাৰ এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'লেই সকলোৱে সুখেৰে জীয়াব পাৰিব ।

মহাৰাষ্ট্ৰত দেশৰ ভিতৰতেই সৰ্বাধিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । ২২,১৭১ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৩২ গৰাকী লোক বৰ্তমানলৈকে মৃত্যু হৈছে মহাৰাষ্ট্ৰত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.