ETV Bharat / bharat

কৃষকৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বিশেষ ঘোষণা - দেৱেন্দ্ৰ ফাৰ্ণাৱিজ

কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব ৰাজ্যখনত ৷ বিধানসভাৰ শীতকালীন অধিৱেশনত এই ঘোষণা উল্লেখ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৷

কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব মহাৰাষ্ট্ৰত
কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব মহাৰাষ্ট্ৰত
author img

By

Published : Dec 21, 2019, 11:37 PM IST

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ: শনিবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ এক বিশেষ ঘোষণা ৷ কৃষকৰ বাবে 20 লাখ টকা পৰ্যন্ত ঋণ ক্ষমা কৰা হ'ব ৰাজ্যখনত ৷ বিধানসভাৰ শীতকালীন অধিৱেশনত এই ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ ইয়াৰোপৰি যিসকল কৃষকে নিজৰ ঋণ সময়মতে পৰিশোধ কৰিব, সেইসকল কৃষকৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব ৷

ৰাজ্যখনৰ বিত্তমন্ত্ৰী জয়ন্ত পাটিলে কয় যে, এই দাবী চৰ্তহীন হ'ব আৰু ইয়াৰ যথাযথ বিৱৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দিয়া হ'ব ৷ কিন্তু বিপক্ষ দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে কয় যে, চৰকাৰে পূৰ্ণ ঋণ ক্ষমাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷

ইয়াৰোপৰি তেওঁ কয় যে, শিৱসেনা নেতৃত্বাধীন চৰকাৰে আবতৰীয়া বৰষুণৰ বাবে ক্ষতিগ্ৰস্ত কৃষকক প্ৰতি হেক্টৰ মাটিৰ বাবদ 25হাজাৰ টকাকৈ সাহাৰ্য প্ৰদানতো ব্যৰ্থ হৈছে ৷ যিটো মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে থাকৰেয়ে দিম বুলি দাবী জনাইছিল ৷

পৰৱৰ্তী সময়ত ফাড়নাবিছ তথা বিজেপিৰ অন্যান্য বিধায়ক সকলে ইয়াৰ বিৰোধিতা প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: বিশিষ্ট কবি অনুপম কুমাৰৰ দেহাৱসান

ZCZC
URG ECO GEN NAT
.MUMBAI BOM16
MH-LD LOAN WAIVER
Maha CM announces loan waiver of upto Rs 2 lakh for farmers
         (EDs: adding quotes)
         Nagpur, Dec 21 (PTI) The Maharashtra government on
Saturday announced a loan waiver of upto Rs two lakh for
farmers, with a cut off date of September 30, 2019.
         Chief Minister Uddhav Thackeray made the announcement
in the Legislative Assembly here on the last day of the winter
session of the legislature.
         "Crop loans outstanding till September 30, 2019, will
be waived by my government. The upper ceiling for the amount
is Rs two lakh. The scheme will be called Mahatma Jyotirao
Phule loan waiver scheme," Thackeray said.
         Besides, a special scheme would be offered for the
farmers who repay their loans on time, he said.
         Thackeray heads a coalition government of the Shiv
Sena, NCP and Congress.
         Finance Minister Jayant patil said the waiver would be
unconditional, and details would be communicated by the chief
minister's office in due course.
         Leader of Opposition Devendra Fadnavis alleged that
the government had not fulfilled its original promise of full
loan waiver.
         He also said the Sena-led government failed to give
assistance of Rs 25,000 per hectare to farmers who
suffered losses due to unseasonal rain, a demand which
Thackeray himself had made earlier before he became CM.
         Fadnavis and other BJP MLAs then staged a walk out in
protest. PTI ND MR
KRK
KRK
12211706
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.