ETV Bharat / bharat

প্ৰেমিক প্ৰেমিকাৰ গোপন মুহূৰ্তৰ বাবে মত্যুমুখত এটি শিশু

author img

By

Published : Jun 13, 2020, 3:58 PM IST

পুঠুৰ পাল্লাপালায়ম পুখুৰীৰ পাৰত দুই প্ৰেমিক প্ৰেমিকাক গোপন মুহুৰ্ত্তত দেখা পাইছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰ পাভানচে ৷ যাৰবাবে দুই প্ৰেমিক প্ৰেমিকাই পাভানচৰ হত্যা কৰি তাৰ মৃতদেহ পাল্লাগাউণ্ডেপালায়ম পুখুৰীত পেলাই দিয়া বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ৷

Lovers killed 8 year old boy, after he watched them in private
তামিলনাডু

নিউজ ডেস্ক, 13 জুনঃ শুকুৰবাৰে নিশা তামিলনাডুৰ তিৰপুৰ জিলাৰ পাল্লাগাউণ্ডেপালায়ম নামৰ পুখুৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা 8 বছৰীয়া শিশুৰ মৃতদেহ ৷ উদ্ধাৰকৃত মৃতদেহটো জিলাখনৰ সুমথি আৰু থংগাৰাজৰ সৰু পুত্ৰ পাভানচৰ বুলি চিনাক্ত কৰা হৈছে ৷

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়ালৈ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতা নাছিল পাভানচ ৷ ফলত পিতৃ-মাতৃয়ে পাভানচৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি পাভানচৰ মৃতদেহ পাল্লাগাউণ্ডেপালায়ম পুখুৰীৰ পৰা উদ্ধাৰ কৰে ৷ ডিঙিত আঘাটৰ চিন স্পষ্ট হৈ আছিল 8 বছৰীয়া পাভানচৰ ৷

লগতে পঢ়কঃ কাইলৈ বাঘজানত উপস্থিত হ'ব পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান : মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

পৰৱৰ্তি সময়ত পাভানচৰ মৃত্যু সন্দৰ্ভত এজন 21 বছৰীয়া অজিত নামৰ যুৱক আৰু অজিতৰ 17 বছৰীয়া প্ৰেমিকাক আৰক্ষীয়ে আটক কৰে ৷ জানিব পৰা মতে, পুঠুৰ পাল্লাপালায়ম পুখুৰীৰ পাৰত দুই প্ৰেমিক প্ৰেমিকাক গোপন মুহূৰ্তত দেখা পাইছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰ পাভানচে ৷ যাৰবাবে দুই প্ৰেমিক প্ৰেমিকাই পাভানচৰ হত্যা কৰি তাৰ মৃতদেহ পাল্লাগাউণ্ডেপালায়ম পুখুৰীত পেলাই দিয়া বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.