নিউজ ডেস্ক, 9 ডিচেম্বৰঃ দিনজোৰা বিতৰ্কৰ অন্তত অৱশেষত নিশা 12.03 বজাত লোকসভাত ধ্বনি ভোটেৰে গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এই বিধেয়কৰ সপক্ষে 311 জন সাংসদে মত প্ৰদান কৰাৰ বিপৰীতে 80 জন সাংসদে এই বিধেয়কৰ বিপক্ষে নিজৰ মত প্ৰদান কৰে ৷
অৱশেষত লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক
লোকসভাত গৃহীত হ’ল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ৷
অৱশেষত লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক
নিউজ ডেস্ক, 9 ডিচেম্বৰঃ দিনজোৰা বিতৰ্কৰ অন্তত অৱশেষত নিশা 12.03 বজাত লোকসভাত ধ্বনি ভোটেৰে গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ এই বিধেয়কৰ সপক্ষে 311 জন সাংসদে মত প্ৰদান কৰাৰ বিপৰীতে 80 জন সাংসদে এই বিধেয়কৰ বিপক্ষে নিজৰ মত প্ৰদান কৰে ৷
Intro:Body:Conclusion: