নিউজ ডেস্ক ,১১ জুনঃ পশ্চিমবংগ আৰক্ষীয়ে ১৫ লাখ টকাৰ মূল্যৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ কৰে আলিপুৰদুৱাৰ জিলাত এজন ব্যক্তিসহ বুধবাৰে ।
জানিব পৰামতে ব্যক্তিজনে ভাৰত ভূটান সীমান্তই দি জাইগাওঁত প্ৰৱেশ কৰিবলৈ ধৰোতে হাতে লোতে ধৰা পৰে বুধবাৰে আৰক্ষীৰ তালাচীত। নিচাযুক্ত সামগ্ৰী খিনি গাড়ীৰে লৈ অহা চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সামগ্ৰী খিনি ভূটানলৈ নি আছিল বুলি চালকজনে আৰক্ষীৰ আগত সদৰি কৰিছে । ইপিনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে চাওকঃ ভাৰতৰ বৃহৎ গেছ নিৰ্গমনৰ ঘটনাসমূহ...