ETV Bharat / bharat

জীৱন বীমা সুৰক্ষাৰ প্ৰিমিয়াম দিবলৈ বৃদ্ধি ৩০ দিনৰ সময় - IRDAI

Insurance Regulatory and Development Authority of India য়ে জীৱন বীমা পলিচিৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা বৃদ্ধি কৰে । এপ্ৰিল, মে'ত দিব লগা প্ৰিমিয়ামৰ সময় ৩০ দিনলৈ বৃদ্ধি কৰে IRDAI য়ে ।

জীৱন ৱীমা সুৰক্ষা
জীৱন বীমা সুৰক্ষাৰ প্ৰিমিয়াম দিবলৈ বৃদ্ধি ৩০ দিনৰ সময়
author img

By

Published : Apr 5, 2020, 11:37 PM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ জীৱন ৱীমা সুৰক্ষাৰ পলিচি থকাসকললৈ এক সুখবৰ ৷ কৰ'ণা ভাইৰাছৰ সংকট কালত হিতাধিকাৰীসকলে প্ৰিমিয়াম দিব নালাগে বুলি সদৰী কৰে Insurance Regulatory and Development Authority of India চমুকৈ IRDAI য়ে । জীৱন বীমাৰ সুৰক্ষাৰ গ্ৰাহকসকলে এপ্ৰিল, মে' ত দিব লগা প্ৰিমিয়ামৰ সময়সীমা পুনৰ ৩০ দিন বৃদ্ধি কৰে IRDAI য়ে ।

জীৱন বীমাৰ সুৰক্ষাৰ গ্ৰাহকসকলে দেশজুৰি পালন কৰা লকডাউন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ সময়ত প্ৰিমিয়ামক লৈ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে লাইফ ইঞ্চুৰেঞ্চ আৰু লাইফ ইঞ্চুৰেঞ্চ কাউঞ্চিলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.