দা হেগ,17 জুলাই: কুলভুষণ যাদৱৰ গোচৰৰ ৰায়দান কৰিব আন্তৰ্জাতিক আদালতে ৷ ভাৰতীয় নাগৰিক কুলভুষণক পাকিস্তানৰ সামৰিক আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিলে ৷ আন্তৰ্জাতিক আদালতৰ সভাপতি ন্যায়াধীশ আব্দুলকাৱী আহমেদ য়ুচুফে ভাৰতীয় সময় মতে সন্ধিয়া 6:30 বজাত দা হেগৰ পিচ পেলেচত ৰায়দান কৰিব ৷
কুলভুষণ যাদৱৰ গোচৰৰ ঘটনাক্ৰম :
- মাৰ্চ 25, 2016 : ভাৰতে কুলভুষণৰ গ্ৰেপ্তাৰৰ কথা জানিবলৈ পায়
- এপ্ৰিল 11, 2017 : পাকিস্তানৰ সামৰিক আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰে কুলভুষণক
- মে’ 8, 2017 : ভাৰতে আন্তঃজাতিক আদালতৰ কাষ চাপে
- মে’ 15, 2017 : আন্তঃজাতিক আদালতত কুলভুষণ যাদবৰ প্ৰথম শুনানী
- মে’ 18, 2017 : আন্তঃজাতিক আদালতে স্থগিত কৰে পাকিস্তানৰ সামৰিক আদালতৰ ৰায়
- ডিচেম্বৰ 25, 2017 : যাদৱৰ পত্নী আৰু মাতৃয়ে তেওঁক পাকিস্তানক লগ ধৰিবলৈ যায়
- ডিচেম্বৰ 28, 2017 : তেতিয়াৰ বৈদেশিক মন্ত্ৰী সুসমা স্বৰাজে এই সভাৰ কথা আদালতক অৱগত কৰে ৷
- ফেব্ৰুৱাৰী 19, 2019 : আন্তঃজাতিক আদালতত গোচৰৰ শুনানি
- জুলাই 17, 2019 : কুলভুষণ যাদৱৰ গোচৰৰ ৰায়দান
-
Pak legal team in Hague for Kulbushan Jadhav verdict
— ANI Digital (@ani_digital) July 17, 2019 " class="align-text-top noRightClick twitterSection" data="
Read @ANI Story| https://t.co/BRXA0d8cfm pic.twitter.com/Mdg2rdZmqp
">Pak legal team in Hague for Kulbushan Jadhav verdict
— ANI Digital (@ani_digital) July 17, 2019
Read @ANI Story| https://t.co/BRXA0d8cfm pic.twitter.com/Mdg2rdZmqpPak legal team in Hague for Kulbushan Jadhav verdict
— ANI Digital (@ani_digital) July 17, 2019
Read @ANI Story| https://t.co/BRXA0d8cfm pic.twitter.com/Mdg2rdZmqp
-